Intelligence Bureau (ACIO) Recruitment 2021: 2,000 টা বাম্পাৰ পদ মুকলি

WhatsApp Group Join Now
Telegram Group Join Now

Intelligence Bureau (ACIO) Recruitment 2021 | 2,000 টা বাম্পাৰ পদ মুকলি | Intelligence Bureau ত বাম্পাৰ পদ মুকলি হৈছে । এই খালী পদ সমূহৰ বাবে আবেদনৰ জাননী বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে । এই Intelligence Bureau Recruitment 2021 ৰ পদ সমূহত ইচ্ছুক আৰু যোগ্যতা থকা ব্যক্তি সকলে আবেদন কৰিব পাৰিব ।

Intelligence Bureau ACIO Recruitment 2021 | Intelligence Bureau ত 2,000 টা বাম্পাৰ পদ মুকলি |

এই পোষ্টটোত আমি Intelligence Bureau Recruitment 2021 ৰ বাবে প্ৰয়োজনীয় সকলোখিনি আলোচনা কৰিম । পোষ্টটো কামৰ যেন লাগিলে শ্বেয়াৰ কৰিব পাৰিব । আহক আমি আলোচনা কৰোঁ ।

Intelligence Bureau ত 2,000 টা (ACIO) বাম্পাৰ পদ মুকলি | আবেদন কৰক

পদৰ নাম: Assistant Central Intelligence Officer (ACIO)

খালী পদৰ সংখ্যা: 2,000 টা

শ্ৰেণী অনুসৰি খালী থকা পদ সমূহ:

  • UR: 989
  • EWS:113
  • OBC:417
  • SC:360
  • ST:121

এইটো আবেদন কৰক : Tea Tribes Welfare Assam Recruitment 2020: Apply 15 Lower Division Assistant Vacancy

দৰমহা: Level 7 (Rs.44,900-1,42,400) in the pay matrix plus admissible Central Govt. allowances

বয়স: 09/01/2021 তাৰিখলৈ 18 বছৰৰ পৰা 27 বছৰ বয়স হব লাগিব ।

বয়সৰ উচ্চ সীমা ৰেহাই:

অবিচি প্ৰাৰ্থী সকলৰ বাবে 3 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই দিয়া হৈছে আৰু জনজাতীয় প্ৰাৰ্থীসকলৰ বাবে 5 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই দিয়া হৈছে ।

Education Qualification For Intelligence Bureau (ACIO) Recruitment 2021 – শিক্ষাগত অৰ্হতা:

স্বীকৃত প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰা হব লাগিব ।

Application Fee For Intelligence Bureau (ACIO) Recruitment 2021 – আবেদন মাচুল:

অবিচি, জেনেৰেল আৰু EWS ৰ পুৰুষ প্ৰাৰ্থী সকলৰ বাবে 600.টকা আবেদন মাচুল আদায় দিব লাগিব ।

এছ.টি/এছ.চি আৰু সকলো শ্ৰেণীৰ মহিলা প্ৰাৰ্থীৰ বাবে আবেদন মাচুল 500 টকা আদায় দিব লাগিব ।

এই আবেদন মাচুল Debit Cards (RuPay/Visa/ MasterCard/Maestro), Credit Cards, Internet Banking, UPI, SBI challan ৰ জৰিয়তে আদায় দিব পাৰিব ।

অসম চৰকাৰী চাকৰিত আবেদন কৰিবলৈ – ক্লিক কৰক

Selection Process | নিয়োগ প্ৰক্ৰিয়া:

লিখিত পৰীক্ষা অনুষ্ঠিত হব ।

Tier-1 ত অনলাইন মাধ্যমত 100 নম্বৰৰ Objective Type

Tier-2 ত 50 নম্বৰৰ Descriptive Type

ইণ্টাৰভিউ: 

Tier-3/Interview ত 100 নম্বৰ থাকিব ।

অসমত হব লগা পৰীক্ষাৰ কেন্দ্ৰ সমূহ:

ডিব্ৰুগড়ৰ, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ ।

How to Apply Intelligence Bureau (ACIO) Recruitment 2021 | কেনেকৈ আবেদন কৰিব:

ইচ্ছুক আৰু যোগ্যতা থকা প্ৰাৰ্থী সকলে Intelligence Bureau Recruitment 2021 বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব । www.mha.gov.in আৰু www.ncs.gov.in ত গৈ অনলাইনত লগ ইন কৰি আবেদন কৰিব লাগিব ।

এইটো আবেদন কৰক : Indian Navy SSC Officer Recruitment 2021: ভাৰতীয় নৌ সেনাত 210 টা চাকৰি

Important Dates | প্ৰয়োজনীয় তাৰিখ:

অনলাইন ৰেজিষ্ট্ৰেচনৰ আৰম্ভণিৰ তাৰিখ:  19 ডিচেম্বৰ 2020

অনলাইন আবেদন আৰু আবেদন মাচুল জমা দিয়াৰ অন্তিম তাৰিখ: 09 জানুৱাৰী 2021 ।

SBI Challan ৰ জৰিয়তে আবেদন মাচুল জমা দিয়াৰ অন্তিম তাৰিখ: 12 জানুৱাৰী 2021

Important Dates | প্ৰয়োজনীয় ৱেব লিংক সমূহ:

অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ: ইয়াত ক্লিক কৰক ।

অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক ।

ইংৰাজীত পঢ়িবলৈ –ক্লিক কৰক ।

[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]

ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । ৱাটচএপত চাকৰি খবৰ পাবলৈ – ইয়াত ক্লিক কৰক ।

এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব । ধন্য়বাদ ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More