Intelligence Bureau (ACIO) Recruitment 2021 | 2,000 টা বাম্পাৰ পদ মুকলি | Intelligence Bureau ত বাম্পাৰ পদ মুকলি হৈছে । এই খালী পদ সমূহৰ বাবে আবেদনৰ জাননী বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে । এই Intelligence Bureau Recruitment 2021 ৰ পদ সমূহত ইচ্ছুক আৰু যোগ্যতা থকা ব্যক্তি সকলে আবেদন কৰিব পাৰিব ।
এই পোষ্টটোত আমি Intelligence Bureau Recruitment 2021 ৰ বাবে প্ৰয়োজনীয় সকলোখিনি আলোচনা কৰিম । পোষ্টটো কামৰ যেন লাগিলে শ্বেয়াৰ কৰিব পাৰিব । আহক আমি আলোচনা কৰোঁ ।
Intelligence Bureau ত 2,000 টা (ACIO) বাম্পাৰ পদ মুকলি | আবেদন কৰক
পদৰ নাম: Assistant Central Intelligence Officer (ACIO)
খালী পদৰ সংখ্যা: 2,000 টা
শ্ৰেণী অনুসৰি খালী থকা পদ সমূহ:
- UR: 989
- EWS:113
- OBC:417
- SC:360
- ST:121
এইটো আবেদন কৰক : Tea Tribes Welfare Assam Recruitment 2020: Apply 15 Lower Division Assistant Vacancy
দৰমহা: Level 7 (Rs.44,900-1,42,400) in the pay matrix plus admissible Central Govt. allowances
বয়স: 09/01/2021 তাৰিখলৈ 18 বছৰৰ পৰা 27 বছৰ বয়স হব লাগিব ।
বয়সৰ উচ্চ সীমা ৰেহাই:
অবিচি প্ৰাৰ্থী সকলৰ বাবে 3 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই দিয়া হৈছে আৰু জনজাতীয় প্ৰাৰ্থীসকলৰ বাবে 5 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই দিয়া হৈছে ।
Education Qualification For Intelligence Bureau (ACIO) Recruitment 2021 – শিক্ষাগত অৰ্হতা:
স্বীকৃত প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন সম্পূৰ্ণ কৰা হব লাগিব ।
Application Fee For Intelligence Bureau (ACIO) Recruitment 2021 – আবেদন মাচুল:
অবিচি, জেনেৰেল আৰু EWS ৰ পুৰুষ প্ৰাৰ্থী সকলৰ বাবে 600.টকা আবেদন মাচুল আদায় দিব লাগিব ।
এছ.টি/এছ.চি আৰু সকলো শ্ৰেণীৰ মহিলা প্ৰাৰ্থীৰ বাবে আবেদন মাচুল 500 টকা আদায় দিব লাগিব ।
এই আবেদন মাচুল Debit Cards (RuPay/Visa/ MasterCard/Maestro), Credit Cards, Internet Banking, UPI, SBI challan ৰ জৰিয়তে আদায় দিব পাৰিব ।
অসম চৰকাৰী চাকৰিত আবেদন কৰিবলৈ – ক্লিক কৰক ।
Selection Process | নিয়োগ প্ৰক্ৰিয়া:
লিখিত পৰীক্ষা অনুষ্ঠিত হব ।
Tier-1 ত অনলাইন মাধ্যমত 100 নম্বৰৰ Objective Type
Tier-2 ত 50 নম্বৰৰ Descriptive Type
ইণ্টাৰভিউ:
Tier-3/Interview ত 100 নম্বৰ থাকিব ।
অসমত হব লগা পৰীক্ষাৰ কেন্দ্ৰ সমূহ:
ডিব্ৰুগড়ৰ, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ ।
How to Apply Intelligence Bureau (ACIO) Recruitment 2021 | কেনেকৈ আবেদন কৰিব:
ইচ্ছুক আৰু যোগ্যতা থকা প্ৰাৰ্থী সকলে Intelligence Bureau Recruitment 2021 বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব । www.mha.gov.in আৰু www.ncs.gov.in ত গৈ অনলাইনত লগ ইন কৰি আবেদন কৰিব লাগিব ।
এইটো আবেদন কৰক : Indian Navy SSC Officer Recruitment 2021: ভাৰতীয় নৌ সেনাত 210 টা চাকৰি
Important Dates | প্ৰয়োজনীয় তাৰিখ:
অনলাইন ৰেজিষ্ট্ৰেচনৰ আৰম্ভণিৰ তাৰিখ: 19 ডিচেম্বৰ 2020
অনলাইন আবেদন আৰু আবেদন মাচুল জমা দিয়াৰ অন্তিম তাৰিখ: 09 জানুৱাৰী 2021 ।
SBI Challan ৰ জৰিয়তে আবেদন মাচুল জমা দিয়াৰ অন্তিম তাৰিখ: 12 জানুৱাৰী 2021
Important Dates | প্ৰয়োজনীয় ৱেব লিংক সমূহ:
অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ: ইয়াত ক্লিক কৰক ।
অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক ।
ইংৰাজীত পঢ়িবলৈ –ক্লিক কৰক ।
[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]
ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । ৱাটচএপত চাকৰি খবৰ পাবলৈ – ইয়াত ক্লিক কৰক ।
এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব । ধন্য়বাদ ।