Directorate of Economics & Statistics, Assam: ৰ অধীনত নতুন চাকৰি মুকলি

WhatsApp Group Join Now
Telegram Group Join Now

Directorate of Economics & Statistics, Assam ৰ অধীনত  45 টা Inspector of Statistics পদৰ বাবে ইচ্ছুক যোগ্যতা সম্পৰ্ণ নাগৰিকৰ পৰা আবেদন বিচৰা হৈছে । Directorate of Economics & Statistics অসমৰ অধিনত নিযুক্তি হব লগা এই পদ সমুহৰ সবিশেষ তলত আলোচনা কৰা হৈছে ।

Directorate of Economics & Statistics, Assam: ৰ অধীনত নতুন চাকৰি মুকলি
Directorate of Economics & Statistics, Assam: ৰ অধীনত নতুন চাকৰি মুকলি

Directorate of Economics & Statistics, Assam ৰ সবিশেষ 

পদৰ নাম – Inspector of Statistics

খালী পদৰ সংখ্যা – 45 টা

নিয়োগ কৰ্তৃপক্ষ – Directorate of Economics & Statistics, Assam

চাকৰিৰ প্ৰকাৰ – Assam Government Jobs

শিক্ষাগত অৰ্হতা – At least second class Master Degree in Economics, Statistics or Mathematics from a recognized University or its equivalent.

দৰমহা – Rs. 22,000/- to 97,000/- Grade Pay: Rs.9,700/-

আবেদনৰ অন্তিম তাৰিখ –  17/02/2021

বয়স –

21 বছৰৰ পৰা 38 বছৰ বয়সলৈ আবেদন কৰিব পাৰিব । বিশেষ শ্ৰেণীৰ প্ৰাৰ্থী সকলৰ বাবে চৰকাৰি নিয়ম অনুসৰী বয়সৰ উচ্চ সীমাৰ ৰেহাই দিয়া হৈছে ।


আবেদন মাচুল – 


  • General/EWS: 285.40
  • SC/ST/OBC/MOBC: 185.40
  • BPL: 35.40
  • PWBD: 35.40
  • Women Candidate: 35.40 

কেনেকৈ আবেদন কৰিব / How to Apply Directorate of Economics & Statistics, Assam Recruitment 2021

অসম লোক সেৱা আয়োগ অৰ্থাত APSC  ৰ অফিচিয়েল ৱেবচাইট https://apscrecruitment.in  ৰ জৰিয়তে আবেদন কৰিব পাৰিব ।

প্ৰয়োজনীয় ৱেব লিংক – Important Links of Directorate of Economics & Statistics, Assam


অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ – ইয়াত ক্লিক কৰক

আৰু Assam Govt Jobs ৰ বাবে আবেদন কৰক – Click Here.

WhatsApp  সকলো চাকৰি খবৰ পাবলৈ আমাৰ WhatsApp গ্ৰুপত Add হৈ  লওঁক – Click Here.

ফেচবুকত চাকৰিৰ খবৰবোৰ পাবলৈ –

আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ক্লিক কৰক ।

আমাৰ ফেচবুক Group ত Add হৈ  লওঁক – ক্লিক কৰক 

আমাৰ টেলিগ্ৰাম গ্ৰুপত Add হৈ  লওঁক – ক্লিক কৰক 

এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব । কিবা জানিব লগা থাকিলে তলৰ কমেন্ট বক্সত কমেন্ট কৰক আমি  নিশ্চিত ভাৱে Reply কৰিম ।

সকলো চাকৰি খবৰৰ বাবে Google  টাইপ কৰি দৈনিক ভিজিট কৰিব – www.Jobs18Assam.com

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More