DHS Assam ৰ অধীনত ৫০ তকৈও অধিক Driver আৰু Grade IV পদ মুকলি | অৰ্হতা 8th পাছ হ’লেই হ’ব | আবেদন চলি আছে

WhatsApp Group Join Now
Telegram Group Join Now

Directorate of Health services (DHS), Assam ৰ অধিনত  নতুনকৈ মুকলি  হৈছে 50 টা Driver আৰু Grade IV পদ মুকলি হৈছে। এই পদ কেইটা নতুনকৈ  নিৰ্মাণ হোৱা জিলা  দক্ষিণ শালমাৰ,মানকাছৰ,মাজুলী,চৰায়দেও, হোজাই আৰু বিশ্বনাথ জিলাত নিয়োগ কৰা হ’ব। 

ইচ্ছুক যোগ্যতা সম্পুন্ন নাগৰিকে এই পদ কেইটাৰ বাবে Directorate of Health services (DHS), Assam ৰ ৱেবছাইটত  অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব।

DHS Assam-Directorate of Health services, Assam


DHS Assam Recruitment 2020 ৰ সবিশেষ

১) খালী পদৰ নাম – Driver 

খালী পদৰ সংখ্যা – ২০ টা

শিক্ষাগত অৰ্হতা – দশম শ্ৰেণীলৈ পঢ়া ব্যক্তি সকলে আবেদন কৰিব পাৰিব । লগতে  District Transport Authority  Govt of Assam ৰ পৰা ইচ্ছু কৰা Four Wheeler Driving License (LMV) থাকিব লাগিব ।

দৰমহা – ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা লগতে ৫,২০০ টকা গ্ৰেড পে প্ৰতিমাহে ।


২) খালী পদৰ নাম – Grade-IV 

খালী পদৰ সংখ্যা –৩০ টা

শিক্ষাগত অৰ্হতা –অষ্টম শ্ৰেণী পাছ কৰা ব্যক্তি সকলে আবেদন কৰিব পাৰিব ।

দৰমহা – ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা লগতে ৩,৯০০ টকা গ্ৰেড পে প্ৰতিমাহে ।


বয়স – প্ৰাৰ্থী সকলৰ বয়স ১৮ বছৰৰ পৰা ৪০ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব । এই বয়স ০১/০১/২০২০ তাৰিখলৈ গণনা কৰা হ’ব।

বিশেষ শ্ৰেণীৰ প্ৰাৰ্থী সকলৰ ববে বয়সৰ উচ্চ সীমাৰ ৰেহাই দিয়া হৈছে । অবিচি প্ৰাৰ্থী সকলৰ বাবে ৩ বছৰ আৰু জনজাতীয় লোক সকলৰ বাবে ৫ বছৰ ৰেহাই দিয়া হৈছে ।


আবেদনৰ মাচুল – প্ৰাৰ্থী সকলে কোনো ধৰণৰ আবেদনৰ মাচুল জমা দিব নালাগে ।


How to Apply DHS Recruitment 2020 / কেনেকৈ আবেদন কৰিব লাগিব?


Directorate of Health services (DHS), Assam ৰ ৱেবছাইট www.dhs.assam.gov.in ত উপলব্ধ আবেদন ফৰ্মত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব । এই আবেদন প্ৰক্ৰিয়া ০৭/১২/২০২০ তাৰিখৰ পৰা ১৬/১২/২০২০ তাৰিখলৈ আবেদন কৰিব পাৰিব ।

জমা দিব লগীয়া প্ৰয়োজনীয় নথি সমূহ – 

১) Self Attested কৰা শেহতীয়াকৈ উঠা ২ কঁপি ফটো ।

২) Birth Certificate

৩) শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট

৪) Caste Certificate (যদি আছে)

৫) স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ ।

৬) PWD Certificate (যদি আছে)

৭) Employment Exchange Certificate

৮) EWS (যদি আপোনাৰ বাবে প্ৰযোজ্য হয়)

৯) ড্ৰাইভিং লাইচেন্স  ।(ড্ৰাইভাৰ পদৰ বাবে )


প্ৰয়োজনীয় তাৰিখ সমূহ – 


আবেদন আৰম্ভণিৰ তাৰিখ – ০৭/১২/২০২০

আবেদনৰ অন্তিম তাৰিখ – ১৬/১২/২০২০


প্ৰয়োজনীয় ৱেবলিংক সমূহ – 


অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ – ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈ – ক্লিক কৰক । (০৭/১২/২০২০ পৰা)

ইংৰাজীত পঢ়িবলৈ – ক্লিক কৰক

[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]

ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More