Assam Agriculture Department Exam 2021: Agriculture Department Recruitment 2021 – Total 1837 Grade III And Grade IV Vacancy ৰ যি Exam অনুষ্ঠিত হবলৈ গৈ আছে এই Exam ত Question বোৰ কি মাধ্যমত আহিব ? English ত আহিব নে Assamese ত আহিব ? এইটো আবেদনকাৰী সকলৰ মনত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে । এই ক্ষেত্ৰত বহু জনে আমাৰ ৱেবচাইট Jobs18Assam.com ৰ লগতে আমাৰ YouTube চেনেল Jobs18Assam ৰ বিভিন্ন পোষ্ট আৰু ভিডিঅ’ সমূহত [ বিশেষকৈ Agriculture Department Assam Syllabus 2021 & Exam Pattern PDF Download For 1837 Posts এই ভিডিঅ’টোত] Comment ৰ জৰিয়তে জানিব বিচাৰিছে । যে Agriculture Department Exam 2021 ৰ হ’ব লগা পৰীক্ষাত কোনটো ভাষাত প্ৰশ্ন আহিব ? গতিকে এই পোষ্টটোতে আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰা হৈছে ।
Assam Agriculture Department Exam 2021 ৰ Question Paper |
তেতিয়া হ’লে আহক আমি সবিশেষ আলোচনা কৰোঁ । আপোনালোকে পঢ়ি আছে Jobs18Assam.com ৰ এটি বিশেষ পোষ্ট ।
Assam Agriculture Department Recruitment 2021 ৰ Details টো চমুকৈ আকৌ এবাৰ চাওঁ আহক:
যি সকলে আবেদন কৰিছিল তেওঁলোকৰ নিশ্চয় জ্ঞাত যে কি কি পদৰ বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু কোনটো পদৰ বিপৰীতে কিমান সংখ্যক খালী পদ আছিল ।
পদৰ সমূহৰ নাম আছিল – Agriculture Extension Assistant, Junior Assistant, Stenographer, Steno-Typist, Electrician, PI/ FI/ FS/ Computer, Mechanic, Gr-IV
খালী পদৰ সংখ্যা আছিল –
1. Agriculture Extension Assistant (AEA)
No of posts: 1581 posts
2. Junior Assistant
No of posts: 200 posts
3. Stenographer
No of posts: 08 posts
4. Steno-Typist
No of posts: 05 posts
5. Electrician
No of posts: 04 posts
6. PI/FI/FS/Computor
No of posts: 24 posts
7. Mechanic (Jute)
No of posts: 06 posts
8. Grade-IV
No of posts: 09 posts
Also Read This : এইটো আপোনাৰ বাবে সহায়ক হ’ব –
✅ Best Guide Book For Assam Agriculture Recruitment Department 2021
✅ Assam Agriculture Recruitment Department 2021 Syllabus & Exam Pattern
✅ How to Prepare Assam Agriculture Department Exam 2021
Assam Agriculture Department Exam 2021 ৰ Question Paper কি ভাষাত আহিব? / In what language will come Assam Agriculture Department Exam 2021 Question Paper?
আপোনালোকে নিশ্চয় জানে যে, Guwahati University ৰ অধীনত Assam Agriculture Department Exam 2021 অনুষ্ঠিত হ’ব গতিকে এই Recruitment ৰ বাবে প্ৰাৰ্থী সকলে জানিব লগীয়া বা বিভিন্ন সহায়ৰ বাবে যি Help Line নম্বৰ দিছিল তাত সেই নম্বৰত আমাৰ ৱেবচাইট Jobs18Assam.com ৰ Editor Tulmoni Nath য়ে যোগাযোগ কৰি আপোনালোকৰ প্ৰশ্ন সমূহৰ ভিত্তিত এই বিষয়ে সুধিছিল যদিও তেওঁলোকৰ ফালৰ পৰা উপযুক্ত উত্তৰ পোৱা নাছিল ।
এইখিনিতে আপোনাৰ মনলৈ আকৌ এবাৰ প্ৰশ্নটো আহিছে চাগৈ তেতিয়া হ’লে Assam Agriculture Department Exam 2021 ৰ Question Paper কি ভাষাত আহিব ?
উত্তৰটো একেবাৰে সহজ, চাওক Assam Agriculture Department Recruitment 2021 ৰ যি সমূহ পদৰ বাবে Exam হ’বলৈ গৈ আছে সেই সমূহ পদ হৈছে Grade-III আৰু Grade-IV পদ । Junior Assistant আৰু Stenographer পদ কেইটাৰ বাহিৰে বাকী সকলোবোৰ পদৰ শিক্ষাগত অৰ্হতা H.S পাছ আৰু VIII পাছ ।
গতিকে আমাৰ অনুমান যদি ভুল নহয় তেতিয়া হ’লে Assam Agriculture Department Exam 2021 ৰ Question Paper ইংৰাজী ভাষাৰ উপৰিও মাতৃ ভাষাত অহাটো প্ৰায় নিশ্চিত । যিহেতু অসম চৰকাৰৰ পূৰ্বৰ প্ৰায়বোৰ চাকৰিৰ নিৰ্বাচিত পৰীক্ষাত ওপৰত উল্লেখ কৰা ধৰণেৰেই দুয়োটা মাধ্যমতেই অনুষ্ঠিত হৈ আহিছে । যিহেতু অসমৰ অফিচিয়েল ভাষা অসমীয়া তেনে ক্ষেত্ৰত ইংৰাজী, হিন্দী যিমানবোৰ ভাষাতে নহওঁক কিয় অসমীয়া ভাষাটো প্ৰশ্ন আহিব বুলি 100% অনুমান কৰিব পাৰি । এইখিনিলৈ হয়তো আপোনাৰ জানিব লগীয়া অতি প্ৰয়োজনীয় প্ৰশ্নটোৰ উত্তৰটো ইতিমধ্যে পাই গৈছে । আৰু অলপ আছে ৰ’ব, যিটো আপোনাৰ বাবে অতি দৰকাৰী ।
আপুনি যদি Assam Agriculture Department Exam 2021 ৰ Preparation কৰিব বিচাৰিছে বা কৰি আছে তেন্তে অসমীয়া ভাষাৰ উপৰিও ইংৰাজী ভাষাটো Exam Preparation কৰাটো উচিত হ’ব । কিয়নো কেতিয়াবা কেতিয়াবা কিছুমান প্ৰশ্ন বুজি পোৱাৰ ক্ষেত্ৰত অসমীয়া ভাষাত কৈ ইংৰাজী ভাষায়ে অধিক সহায় কৰে । অভিজ্ঞতা থকা সকলে নিশ্চয় জানেই ।
আপোনাৰ মনলৈ যদি প্ৰশ্ন আহিছে কোন কেইখন Guide Book For Assam Agriculture Department Exam 2021 ৰ বাবে উপযোগী হ’ব তেন্তে দেৰি নকৰি তলৰ লিংকত ক্লিক কৰি জানি ল’ব পাৰিব বা ক্ৰয় কৰি ল’ব পাৰিব । আৰু যদি ইতিমধ্যে ক্ৰয় কৰিছে তেতিয়া হলে দেৰি কিহৰ Exam Preparation কৰাত লাগি যাওঁক । Jobs18Assam.com ৰ ফালৰ পৰা Best Wishes . এতিয়াও যদি মনত কিবা প্ৰশ্ন আহিছে তেতিয়া হলে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক । আমি সদায় আপোনাৰ লগত । লিখনিটো পঢ়ি যদি ভাল লাগিল বা কামৰ যেন লাগিছে তেন্তে প্রিয় জনলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ।
Watch This Video –
Important Links For Assam Agriculture Department Exam 2021
✅ Best Guide Book For Assam Agriculture Recruitment Department 2021
✅ Assam Agriculture Recruitment Department 2021 Syllabus & Exam Pattern