Assam Agriculture Department Exam 2021 ৰ Question Paper কি ভাষাত আহিব ?

WhatsApp Group Join Now
Telegram Group Join Now

Assam Agriculture Department Exam 2021: Agriculture Department Recruitment 2021 – Total 1837 Grade III And Grade IV Vacancy ৰ যি Exam অনুষ্ঠিত হবলৈ গৈ আছে এই ExamQuestion বোৰ কি মাধ্যমত আহিব ? English ত আহিব নে Assamese ত আহিব ? এইটো আবেদনকাৰী সকলৰ মনত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে । এই ক্ষেত্ৰত বহু জনে আমাৰ ৱেবচাইট Jobs18Assam.com ৰ লগতে আমাৰ YouTube চেনেল Jobs18Assam ৰ বিভিন্ন পোষ্ট আৰু ভিডিঅ’ সমূহত [ বিশেষকৈ Agriculture Department Assam Syllabus 2021 & Exam Pattern PDF Download For 1837 Posts এই  ভিডিঅ’টোত] Comment ৰ জৰিয়তে জানিব বিচাৰিছে । যে Agriculture Department Exam 2021 ৰ হ’ব লগা পৰীক্ষাত কোনটো ভাষাত প্ৰশ্ন আহিব ? গতিকে এই পোষ্টটোতে আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰা হৈছে ।

Assam Agriculture Department Exam 2021 Question Paper
Assam Agriculture Department Exam 2021 ৰ Question Paper


তেতিয়া হ’লে আহক আমি সবিশেষ আলোচনা কৰোঁ । আপোনালোকে পঢ়ি আছে Jobs18Assam.com ৰ এটি বিশেষ পোষ্ট ।

Assam Agriculture Department Recruitment 2021 ৰ Details টো চমুকৈ আকৌ এবাৰ চাওঁ আহক:

যি সকলে আবেদন কৰিছিল তেওঁলোকৰ নিশ্চয় জ্ঞাত যে কি কি পদৰ বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু কোনটো পদৰ বিপৰীতে কিমান সংখ্যক খালী পদ আছিল ।

পদৰ সমূহৰ নাম আছিল – Agriculture Extension Assistant, Junior Assistant, Stenographer, Steno-Typist, Electrician, PI/ FI/ FS/ Computer, Mechanic, Gr-IV

খালী পদৰ সংখ্যা আছিল –

1. Agriculture Extension Assistant (AEA)

No of posts: 1581 posts


2. Junior Assistant

No of posts: 200 posts


3. Stenographer

No of posts: 08 posts


4. Steno-Typist

No of posts: 05 posts


5. Electrician

No of posts: 04 posts


6. PI/FI/FS/Computor

No of posts: 24 posts


7. Mechanic (Jute)

No of posts: 06 posts


8. Grade-IV

No of posts: 09 posts


Also Read This : এইটো আপোনাৰ বাবে সহায়ক হ’ব –

Best Guide Book For Assam Agriculture Recruitment Department 2021

Assam Agriculture Recruitment Department 2021 Syllabus & Exam Pattern

✅ How to Prepare Assam Agriculture Department Exam 2021


Assam Agriculture Department Exam 2021 ৰ Question Paper কি ভাষাত আহিব? / In what language will come Assam Agriculture Department Exam 2021 Question Paper?

আপোনালোকে নিশ্চয় জানে যে, Guwahati University ৰ অধীনত Assam Agriculture Department Exam 2021 অনুষ্ঠিত হ’ব গতিকে এই Recruitment ৰ বাবে প্ৰাৰ্থী সকলে জানিব লগীয়া বা বিভিন্ন সহায়ৰ বাবে যি Help Line নম্বৰ দিছিল তাত সেই নম্বৰত আমাৰ ৱেবচাইট Jobs18Assam.com ৰ Editor Tulmoni Nath য়ে যোগাযোগ কৰি আপোনালোকৰ প্ৰশ্ন সমূহৰ ভিত্তিত এই বিষয়ে সুধিছিল যদিও তেওঁলোকৰ ফালৰ পৰা উপযুক্ত উত্তৰ পোৱা নাছিল ।

এইখিনিতে আপোনাৰ মনলৈ আকৌ এবাৰ প্ৰশ্নটো আহিছে চাগৈ তেতিয়া হ’লে Assam Agriculture Department Exam 2021Question Paper কি ভাষাত আহিব ?

উত্তৰটো একেবাৰে সহজ, চাওক Assam Agriculture Department Recruitment 2021 ৰ যি সমূহ পদৰ বাবে Exam হ’বলৈ গৈ আছে সেই সমূহ পদ হৈছে Grade-III আৰু Grade-IV পদ । Junior Assistant আৰু Stenographer পদ কেইটাৰ বাহিৰে বাকী সকলোবোৰ পদৰ শিক্ষাগত অৰ্হতা H.S পাছ আৰু VIII পাছ ।

গতিকে আমাৰ অনুমান যদি ভুল নহয় তেতিয়া হ’লে Assam Agriculture Department Exam 2021Question Paper ইংৰাজী ভাষাৰ উপৰিও মাতৃ ভাষাত অহাটো প্ৰায় নিশ্চিত । যিহেতু অসম চৰকাৰৰ পূৰ্বৰ প্ৰায়বোৰ চাকৰিৰ নিৰ্বাচিত পৰীক্ষাত ওপৰত উল্লেখ কৰা ধৰণেৰেই দুয়োটা মাধ্যমতেই অনুষ্ঠিত হৈ আহিছে । যিহেতু অসমৰ অফিচিয়েল ভাষা অসমীয়া তেনে ক্ষেত্ৰত ইংৰাজী, হিন্দী যিমানবোৰ ভাষাতে নহওঁক কিয় অসমীয়া ভাষাটো প্ৰশ্ন আহিব বুলি 100% অনুমান কৰিব পাৰি । এইখিনিলৈ হয়তো আপোনাৰ জানিব লগীয়া অতি প্ৰয়োজনীয় প্ৰশ্নটোৰ উত্তৰটো ইতিমধ্যে পাই গৈছে । আৰু অলপ আছে ৰ’ব, যিটো আপোনাৰ বাবে অতি দৰকাৰী ।

আপুনি যদি Assam Agriculture Department Exam 2021 ৰ  Preparation কৰিব বিচাৰিছে বা কৰি আছে তেন্তে অসমীয়া ভাষাৰ উপৰিও ইংৰাজী ভাষাটো Exam Preparation কৰাটো উচিত হ’ব । কিয়নো কেতিয়াবা কেতিয়াবা কিছুমান প্ৰশ্ন বুজি পোৱাৰ ক্ষেত্ৰত অসমীয়া ভাষাত কৈ ইংৰাজী ভাষায়ে অধিক সহায় কৰে । অভিজ্ঞতা থকা সকলে নিশ্চয় জানেই ।

আপোনাৰ মনলৈ যদি প্ৰশ্ন আহিছে কোন কেইখন Guide Book For Assam Agriculture Department Exam 2021 ৰ বাবে উপযোগী হ’ব তেন্তে দেৰি নকৰি তলৰ লিংকত ক্লিক কৰি জানি ল’ব পাৰিব বা ক্ৰয় কৰি ল’ব পাৰিব । আৰু যদি ইতিমধ্যে ক্ৰয় কৰিছে তেতিয়া হলে দেৰি কিহৰ Exam Preparation কৰাত লাগি যাওঁক । Jobs18Assam.com ৰ ফালৰ পৰা  Best Wishes . এতিয়াও যদি মনত কিবা প্ৰশ্ন আহিছে তেতিয়া হলে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক । আমি সদায় আপোনাৰ লগত । লিখনিটো পঢ়ি যদি ভাল লাগিল বা কামৰ যেন লাগিছে তেন্তে প্রিয় জনলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ।

Watch This Video –


Important Links For Assam Agriculture Department Exam 2021

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More