শিক্ষিত নিবনুৱা সকলৰ বাবে সু খবৰ! চৰকাৰে দিব ৫০,০০০ হাজাৰকৈ টকা | এনেকৈ কৰক আবেদন | Jobs18Assam

WhatsApp Group Join Now
Telegram Group Join Now

Directorate of Welfare of Plain Tribes & Backward Classes (WPT & BC), Assam  ৰ অধীনত ST(P)/OBC শ্ৰেণীৰ শিক্ষিত নিবনুৱা সকললৈ Financial Assistance আগবঢ়োৱাৰ উদ্দেশ্যে 2020-21 বৰ্ষৰ বাবে জাননী প্ৰকাশ কৰিছে । ইচ্ছুক আৰু যোগ্যতা থকা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰে।

Directorate of Welfare of Plain Tribes & Backward Classes (WPT & BC), Assam


এই পোষ্টটোত কেনেকৈ আবেদন কৰিব পাৰিব আৰু কি কি উপযুক্ত নথিৰ প্ৰয়োজন হব তাৰ বিষয়ে আলোচনা কৰিম । তেতিয়া হলে আহক আমি আৰম্ভ কৰো ।


WPT & BC, Assam Financial Assistance 2020 – ST/OBC Graduate Unemployed Youths ৰ সবিশেষ

Name of scheme: Financial Assistance to the ST(P)/ OBC Graduate Unemployed Youths

Scheme amount: Rs 50,000/- (Maximum)

Financial year: 2020-21

Application process: Offline

Managed by: Directorate of Welfare of Plain Tribes & Backward Classes, Assam

Last Date: 21/12/2020


WPT & BC, Assam Financial Assistance 2020 – ST/OBC Graduate Unemployed Youths ৰ প্ৰয়োজনীয় যোগ্যতা –


১) প্ৰাৰ্থী সকল ST(P) নাইবা OBC শ্ৰেণীৰ হব লাগিব ।
২) প্ৰাৰ্থী সকল স্বীকৃতি প্ৰাপ্ত শৈক্ষিক অনুষ্ঠানৰ পৰা  যি কোনো শাখাত গ্ৰেজুয়েট হব লাগিব ।
৩) ২৫ বছৰৰ পৰা ৪৫ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব ।
৪) বছৰি ঘৰৰ আয় দুই লাখ টকাতকৈ কম হব লাগিব।


কেনেকৈ আবেদন কৰিব | How to apply for Financial Assistance to ST/OBC Graduate in Assam


প্ৰাৰ্থী সকলে নিৰ্দিষ্ট ফৰ্মত আবেদন কৰিব লাগিব ।আৰু Directorate of Welfare of Plain Tribes and Backward Classes, Assam, Rukmini Nagar, Guwahati-06 এই ঠিকনাত নিজৰ আবেদন প্ৰেৰণ কৰিব লাগিব । ডিচেম্বৰ মাহৰ 21 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব ।

আবেদন কৰোতে কি কি ডকুমেণ্ট লাগিব জানি লওঁক –

i. Caste Certificate issued by concerned authority.
ii. Affidavit signed by notary regarding applicant’s unemployment status.
iii. Household Income Certificate issued by concerned authority.
iv. Graduation pass certificate. :
v. HSLC Admit Card (for proof of age )
vi. Passport size photo.
vii. Photocopy of Bank pass book.
viii. Proof of Identity — Voter ID/Pan Card/Driving License/ AADHAR etc. (any one document to be submitted).
ix. Brief proposal/Scheme for which the amount is proposed to be utilized. (limiting to an amount of maximum
of Rs. 50,000)
x. Proof of working outside the state (if any). 


Financial Assistance to ST/OBC Graduate Unemployed Youths ৰ বাবে প্ৰয়োজনীয় ৱেব লিংক

 

Application Form: Click Here .

Official Notification: Click Here .

Extension Notification: Click Here .

Official Website: Click Here .

ইংৰাজীত পঢ়িবলৈ – ক্লিক কৰক ।

[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]

ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More