ভাৰতৰ আটাইতকৈ ধুনীয়া, আকৰ্ষণীয় আৰু চেক্সী মহিলা গৰাকী ! ভাৰতৰ আটাইতকৈ বিশ্বাসী চেলিব্ৰেটিজন

WhatsApp Group Join Now
Telegram Group Join Now

হিউমেন ব্ৰেণ্ড হিচাপে  ভাৰতীয় চেলিব্ৰেটি সকলক লৈ TIARA (Trust, Identify, Attractive, Respect and Appeal) হিউমেন ব্ৰেণ্ড শীৰ্ষক শিৰোনামেৰে  গৱেষণাৰ এটা ফলাফল যোৱা সোমবাৰে প্ৰকাশ পাইছে। প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ কোর্স ৰবি শাস্ত্ৰী আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ হিউমেন ব্ৰেণ্ডছ চমুকৈ (IIHB) ৰ প্ৰধান পৰামৰ্শদাতা সন্দ্বীপ গৱেলে ।

amitabh-bachchan-deepika-padukone-named-as-most-trusted-celebs-in-new-tiara-report
ফটো সংগ্ৰহ – Google Image/Instragram



উল্লেখযোগ্য যে এই ৰিপোৰ্ট তৈয়াৰী কৰা হৈছে ভাৰতৰ 23 খন মহানগৰীৰ প্ৰায় 60,000 মানুহৰ মাজত । এই গবেষণাৰ মূল উদ্দেশ্য হ’ল বিজ্ঞাপনদাতা সকলে তেওঁলোকৰ বিজ্ঞাপন প্ৰকাশৰ বাবে উপযুক্ত চেলিব্ৰেটি নিৰ্বাচন কৰাত যাতে সক্ষম হয়। 


 য’ত ভাৰতীয় বলিউডৰ তাৰকা অমিতাভ বচ্চনক আটাইতকৈ বিশ্বাসী চেলিব্ৰেটি হিচাপে চিহ্নিত কৰা হৈছে আৰু মহিলা তাৰকা হিচাপে আটাইতকৈ বিশ্বাসী চেলিব্ৰেটি হিচাপে শীৰ্ষ স্থান পাইছে মহোময়ী অভিনেত্ৰী দীপিকা পাডুকেনে ।


বলিউডৰ অভিনেতা অমিতাভ বচ্চনে আটাইতকৈ বিশ্বাসী চেলিব্ৰেটি হিচাপে 88 স্ক’ৰ লাভ কৰিছে। অন্যহাতে অভিনেতা অক্ষয় কুমাৰে 86.8 স্ক’ৰ লাভ কৰি বিশ্বাসী চেলিব্ৰেটি তালিকাৰ দ্বিতীয় স্থানত আছে । 82.8 স্ক’ৰৰ সৈতে মহিলাৰ আটাইতকৈ বিশ্বাসী চেলিব্ৰেটিৰ তালিকাৰ প্ৰথম স্থান দখল কৰিছে দীপিকা পাদুকনে । আৰু অনুচকা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ভাৰতৰ সকলোতকৈ বিশ্বাসী দম্পত্তি হিচাপে তালিকাৰ প্ৰথম স্থান অধিকাৰ কৰিছে ।


অন্যহাতে TV ষ্টাৰ কপিল শৰ্মা আটাইতকৈ বিশ্বাসী টেলিভিছন চেলিব্ৰেটি হিচাপে স্থান লাভ কৰিছে ।তেওঁ লাভ কৰিছে 63.2 স্ক’ৰ।  আৰু কাজলে মহিলা শিতানত আটাইতকৈ বিশ্বাসী টেলিভিছন চেলিব্ৰেটি হিচাপে শীৰ্ষ স্থান লাভ কৰিছে ।তেওঁ লাভ কৰিছে ।


এই গৱেষণাৰ মতে, ৰানবীৰ কাপোৰ আৰু দীপিকাৰ যুটীটোক ভাৰতৰ আটাইতকৈ চিনাকি চেলিব্ৰেটি যুটী হিচাপে চিহ্নিত হৈছে । আউছমান সুৰণা হৈছে ভাৰতৰ আটাইতকৈ চিনাকি চেলিব্ৰেটি ব্যক্তি ।


দীপিকা পুনৰ ভাৰতৰ আটাইতকৈ আকৰ্ষণীয় মহিলা চেলিব্ৰেটি হিচাপে 60.3 স্ক’ৰ সৈতে তালিকাৰ শীৰ্ষ স্থান দখল কৰিছে । অন্যহাতে প্ৰিয়ংকা চোপ্ৰাই 57.7 স্ক’ৰ সৈতে তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে । ৰানবীৰ কাপোৰে 52.4 স্ক’ৰ সৈতে তালিকাৰ তৃতীয় স্থান দখল কৰিছে ।


ভাৰতৰ আটাইতকৈ ৰেচপেকটেড চেলিব্ৰেটি – অমিতাভ বচ্চন


ভাৰতৰ আটাইতকৈ Appealing মৰ্মস্পৰ্শী চেলিব্ৰেটি – অক্ষয় কুমাৰ


ভাৰতৰ আটাইতকৈ কোনট্ৰভাৰ্চিয়েল চেলিব্ৰেটি – হাৰ্ডিক পাণ্ডিয়া


ভাৰতৰ আটাইতকৈ অকর্ষণীয় চেলিব্ৰেটি – আলিয়া ভট্ট। 


ভাৰতৰ আটাইতকৈ ট্ৰেনদী চেলিব্ৰেটি – বিৰাট কোহলী


ভাৰতৰ আটাইতকৈ বিউটিফুল চেলিব্ৰেটি – দীপিকা পাডুকন 


ভাৰতৰ 1 নং হাৰ্টথোব চেলিব্ৰেটি – ৰানবীৰ কাপোৰ


ভাৰতৰ আটাইতকৈ চেক্সি চেলিব্ৰেটি – প্ৰিয়ংকা চোপ্ৰা।


সংগ্ৰহ – দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ আৰু হিন্দুস্তান টাইমছ ।


ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক 

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More