ভাৰতীয় ডাক বিভাগত চাকৰি মুকলি | অৰ্হতা মাত্ৰ দ্বাদশ শ্ৰেণী পাছ | Postal Assistant and Sorting Assistant (SSC CHSL) Recruitment 2020

WhatsApp Group Join Now
Telegram Group Join Now

Postal Assistant and Sorting Assistant (SSC CHSL) Recruitment 2020 – বহু দিনৰ অপেক্ষাৰ অন্তত ভাৰতীয় ডাক বিভাগত মুকলি হ’ল চাকৰি । এই লিখনিটোৰ জৰিয়তে ক’ত কেনেকৈ আৰু কিদৰে ডাক বিভাগত খালী হোৱা পদৰ বাবে আবেদন কৰিব পাৰিব আমি আলোচনা কৰিম । উল্লেখযোগ্য যে, এই খালী পদ সমূহৰ নিযুক্তি প্ৰক্ৰিয়া SSC CHSL অৰ্থাৎ Staff Selection Commission ৰ জৰিয়তে কৰা হ’ব ।

Postal Assistant and Sorting Assistant (SSC CHSL) Recruitment 2020

Postal Assistant and Sorting Assistant (SSC CHSL) Recruitment 2020 – Details


খালী পদৰ নাম – 

ডাক বিভাগৰ খালীপদৰ নাম হৈছে পষ্টেল এচিষ্টেণ্ট আৰু ছৰ্টিং এচিষ্টেণ্ট । ইয়াৰ উপৰিও অন্য বিভাগত খালী হোৱা পদ সমূহ হৈছে LDC / Junior Assistant, ডাটা এণ্টৰী অপাৰেটৰ আদি ।


খালী পদৰ সংখ্যা –

খালী পদৰ সংখ্যা এতিয়ালৈ তেওঁলোকে উল্লেখ কৰা নাই । অতি সোনকালে আপডেট কৰা হ’ব ।

শিক্ষাগত অৰ্হতা –

১২ মান অৰ্থাৎ HS পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব । আবেদন কৰা প্ৰক্ৰিয়াৰ বিষয়ে তলত উল্লেখ কৰা হৈছে ।

দৰমহা –

Postal Assistant / Sorting Assistant ৰ বাবে মহিলী দৰমহা Pay Level-4 25,500 টকাৰ পৰা 81,100 টকালৈ ।

LDC / Junior Secretariat Assistant পদৰ বাবে মহিলী দৰমহা Pay Level-2 19,000 টকাৰ পৰা 63,200 টকালৈ ।

Data Entry Operator ৰ বাবে মহিলী দৰমহা Pay Level-4 25,000 টকাৰ পৰা 81,100 টকা আৰু Level-5 29,000 টকাৰ পৰা 92,300 টকালৈ ।

Data Entry Operator Grade A ৰ বাবে মহিলী দৰমহা Pay Level -4 25,500 টকাৰ পৰা 81,100 টকালৈ ।

বয়স –

১৮ বছৰৰ পৰা ২৭ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব । বিশেষ প্ৰাৰ্থীৰ বাবে বয়সৰ উচ্চসীমা ৰেহাই দিয়া হৈছে । অবিচিৰ বাবে ৩ বছৰ আৰু জনজাতিৰ বাবে ৫ বছৰ ৰেহাই দিয়া হৈছে ।

অসমৰ পৰীক্ষা কেন্দ্ৰসমূহ – 

ডিব্ৰুগড়ৰ(৫১০২), গুৱাহাটী,দিশপুৰ(৫১০৫), যোৰহাট(৫১০৭) ।

আবেদনৰ মাচুল –

অবিচি আৰু সাধাৰণ শ্ৰেণীৰ বাবে আবেদনৰ মাচুল ১০০/- টকা ধার্য্য কৰা হৈছে । আৰু বাকী জনজাতীয় আৰু ছোৱালী প্ৰাৰ্থী সকলৰ বাবে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ।

আবেদন কৰাৰ প্ৰক্ৰিয়া How To Apply SSC CHSL Recruitment 2020

আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে SSC ৰ অফিচিয়েল ৱেবছাইট https://ssc.nic.in ত গৈ আবেদন কৰিব পাৰিব ।

তলত উল্লেখ কৰা প্ৰক্ৰিয়া কেইটা ফল’ কৰক –

১) গোগুলত টাইপ কৰক https://ssc.nic.in

২) Registration Linkt ত ক্লিক কৰি Registration সম্পূৰ্ণ কৰক ।

৩) এতিয়া Log in লিংকত ক্লিক কৰি আপোনাৰ Application খন সম্পূৰ্ণ কৰক ।

৪) এতিয়া আবেদনৰ মাচুল আদায় দি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক ।


প্ৰয়োজনীয় তাৰিখ আৰু ৱেব লিংকসমূহ –

অনলাইন আবেদনৰ আৰম্ভণি – ৬ নৱেম্বৰ,২০২০

অনলাইন আবেদনৰ অন্তিম তাৰিখ – ১৫ ডিচেম্বৰ, ২০২০


অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ – ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈ – ক্লিক কৰক

[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]

ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More