পৰিবহণ বিভাগত MVI চাকৰি মুকলি | অৰ্হতা মাথোঁ HS পাছ | Transport Department Assam Recruitment

WhatsApp Group Join Now
Telegram Group Join Now

পৰিবহণ বিভাগত MVI পদ মুকলি Transport Department Assam Recruitment 2020- Transport Department  অসমৰ অধীনত নতুনকৈ মুকলি হৈছে কেইবাটাও “মটৰ ভেহিকল ইন্সপেক্টৰ” (Motor Vehicle Inspector/MVI) চাকৰি। ইচ্ছুক যোগ্যতা সম্পৰ্ণ ভাৰতীয় নাগৰিকে এই পদৰ বাবে আবেদন কৰিব পাৰিব । এই পোষ্টটোত আমি Transport Department, Assam অসমৰ অধীনত কিমান পদ মুকলি হৈছে, কেনেকৈ আবেদন কৰিব পাৰিব সবিশেষ জনাই দিবলৈ চেষ্টা কৰিছোঁ । 

পৰিবহণ বিভাগত MVI চাকৰি মুকলি | অৰ্হতা মাথোঁ HS পাছ | Transport Department Assam Recruitment 2020

Transport Department Assam Recruitment 2020 ৰ সবিশেষ

খালী পদৰ নাম –

“মটৰ ভেহিকল ইন্সপেক্টৰ” (Motor Vehicle Inspector/MVI) ।

খালী পদৰ সংখ্যা –

খালী পদৰ সংখ্যা ২৬ টা ।

পদৰ সংৰক্ষণ –

 UR: 11, OBC/ MOBC: 5, SC: 2, STP: 4, STH: 1, EWS: 3

নিয়োগ কৰ্তৃপক্ষ – Transport Department, Assam 

চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি

আবেদন প্ৰক্ৰিয়া –  অলাইন 

আবেদনৰ  অন্তিম তাৰিখ – ২৪ নৱেম্বৰ, ২০২০ । 


আবেদন কৰক – North-East Post Office Recruitment 2020: Apply For 948 Gramin Dak Sevak (GDS) Posts

দৰমহা –

Motor Vehicle Inspector/MVI পদৰ বাবে মহিলী দৰমহা  22,000 টকাৰ পৰা 97,000 টকালৈ । লগতে 9400 টকা গ্ৰেড পে ।

বয়স –

২১ বছৰৰ পৰা ৩৮ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব । এই বয়স ০১/০১/২০২০ লৈকে ধৰা হ’ব ।

বিশেষ শ্ৰেণী প্ৰাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চসীমা ৰেহাই দিয়া হৈছে –

অবিচি/এমঅবিচিৰ বাবে ৩ বছৰ অৰ্থাৎ ৪১ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব । আৰু জনজাতিৰ বাবে ৫ বছৰ অৰ্থাৎ ৪৩ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব ।

শিক্ষাগত অৰ্হতা –

১২ মান অৰ্থাৎ H.S.S.L.C পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব । লগতে Automobile or Mechanical Engineering ত ডিপ্লমা থাকিব লাগিব ।

বিশেষ যোগ্যতা –

১) প্ৰাৰ্থী সকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব ।
২) প্ৰমাণ হিচাপে PRC চাৰ্টিফিকেট এপ্লিকেচন ফৰ্মৰ লগত জমা দিব লাগিব ।
৩) এপ্লিকেচন ফৰ্মৰ লগত Employment Exchange ৰ ভেলিড চাৰ্টিফিকেট জমা দিব লাগিব ।

আবেদনৰ মাচুল –

সাধাৰণ শ্ৰেণী আৰু EWS প্ৰাৰ্থীৰ বাবে আবেদনৰ মাচুল ২৮৫.৪০/- টকা ধার্য্য কৰা হৈছে ।
অবিচি/এমঅবিচি আৰু জনজাতীয় প্ৰাৰ্থীৰ বাবে আবেদনৰ মাচুল ১৮৫.৪০/- টকা ধার্য্য কৰা হৈছে ।
দৰিদ্ৰ সীমাৰেখাৰ তলৰ BPL প্ৰাৰ্থীৰ বাবে ৩৫.৪০ টকা ধার্য্য কৰা হৈছে ।

এই আবেদনৰ মাচুল অনলাইন প্ৰক্ৰিয়াৰে জমা দিব লাগিব ।

আবেদন কৰাৰ প্ৰক্ৰিয়া How to Apply Transport Department Assam Recruitment 2020

আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে APSC ৰ অফিচিয়েল ৱেবছাইট https://apscrecruitment.in ত গৈ আবেদন কৰিব পাৰিব ।

তলত উল্লেখ কৰা প্ৰক্ৰিয়া কেইটা ফল’ কৰক –

১) গোগুলত টাইপ কৰক https://apscrecruitment.in
২) Registration Linkt ত ক্লিক কৰি Registration সম্পূৰ্ণ কৰক ।
৩) এতিয়া Log in লিংকত ক্লিক কৰি আপোনাৰ Application খন সম্পূৰ্ণ কৰক ।
৪) এতিয়া আবেদনৰ মাচুল আদায় দি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক ।

প্ৰয়োজনীয় তাৰিখ আৰু ৱেব লিংকসমূহ –

অনলাইন আবেদনৰ আৰম্ভণি – ২৪ অক্টোবৰ,২০২০

অনলাইন আবেদনৰ অন্তিম তাৰিখ – ২৪ নৱেম্বৰ, ২০২০

অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ – ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈ – ক্লিক কৰক

[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]

ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More