জল সম্পদ বিভাগত চাকৰি:Water Resources Department, Assam Recruitment 2020

WhatsApp Group Join Now
Telegram Group Join Now

জল সম্পদ বিভাগত চাকৰি:Water Resources Department, Assam Recruitment 2020: Water Resources Department,Assam অৰ্থাৎ জল সম্পদ বিভাগ, অসম ৰ অধীনত নতুনকৈ মুকলি হৈছে ৮৭ টা জুনিয়ৰ চিভিল ইঞ্জিনীয়াৰ পদ । এই খালী হোৱা পদ কেইটাৰ বাবে আবেদনৰ জাননী প্ৰকাশ কৰিছে ।

Water Resources Department, Assam Recruitment 2020
জল সম্পদ বিভাগত চাকৰি:Water Resources Department, Assam Recruitment 2020

 ইচ্ছুক আৰু যোগ্যতা থকা প্ৰাৰ্থী সকলে Water Resources Department, Assam Recruitment 2020 ৰ বাবে আবেদন কৰিব পাৰে।


এই Water Resources Department, Assam Recruitment 2020 বাবে কেনেকৈ আবেদন কৰিব পাৰিব আৰু কি কি যোগ্যতাৰ প্ৰয়োজন হব তাৰ বিষয়ে আলোচনা কৰিম । তেতিয়া হলে আহক আমি আৰম্ভ কৰো ।


Water Resources Department,Assam Recruitment 2020  ৰ সবিশেষ


পদৰ নাম: জুনিয়ৰ ইঞ্জিনীয়াৰ চিভিল (Junior Engineer, Civil)

খালী পদৰ সংখ্যা: 87 [UR: 47, OBC/ MOBC: 21, STP: 7, STH: 7, EWS: 5]

নিয়োগ কৰ্তৃপক্ষ: Water Resources Department,Assam

চাকৰিৰ প্ৰকাৰ: Assam Government jobs 2020

আবেদনৰ অন্তিম তাৰিখ: ১৮/০১/২০২১

প্ৰয়োজনীয় যোগ্যতা – Water Resources Department, Assam Recruitment 2020


প্ৰাৰ্থী সকল অসমৰ স্থায়ী বাসিন্দা হব লাগিব ।


শিক্ষাগত অৰ্হতা:

3(three) years Diploma Course in Civil Engineering from an Institute recognized by the Govt.


বয়স:


১৮ বছৰৰ পৰা ৩৮ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব এই বয়স ০১/০১/২০২০ লৈ ধৰা হব ।

বয়সৰ উচ্চসীমা ৰেহাই:

(i) By 5 years for SC/ST candidates, i.e. upto 43 years.
(ii) By 3 years for OBC/MOBC candidates i.e. upto 41 years.
(iii) For Persons with Disability (PWD) by 10 years irrespective of SC/ST/OBC and General Category of candidate.


Water Resources Department,Assam Recruitment 2020  ৰ বাবে আবেদন মাচুল


1. General/EWS: 285.40
2. SC/ST/OBC/MOBC: 185.40
3. BPL: 35.40
4. PWBD: 35.40


কেনেকৈ আবেদন কৰিব | How to apply Water Resources Department,Assam Recruitment 2020


প্ৰাৰ্থী সকলে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব । https://apscrecruitment.in এই ৱেবচাইটৰ জৰিয়তে নিজৰ আবেদন কৰিব লাগিব । 17/12/2020 তাৰিখৰ পৰা 18/01/2021 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব ।

প্ৰয়োজনীয় ৱেব লিংক সমূহ | Important Web-Links of Water Resources Department,Assam Recruitment 2020

 

অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ: ইয়াত ক্লিক কৰক

অনলাইনত আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক

ইংৰাজীত পঢ়িবলৈ – ক্লিক কৰক ।

[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]

ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More