অসম পঞ্চায়ত বিভাগৰ ৩৪৪ টা চাকৰিৰ এডমিট কাৰ্ড এনেকৈ কৰক ডাউনলোড | PNRD, Assam Admit Card 2020

WhatsApp Group Join Now
Telegram Group Join Now

PNRD,Assam Admit Card 2020 : Assam Public Service Commission অৰ্থাৎ অসম লোক সেৱা আয়োগে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ 344 টা জুনিয়ৰ ইঞ্জিনীয়াৰ পদৰ বাবে admit card আৰু পৰীক্ষাৰ জাননী প্ৰকাশ কৰিছে ।

PNRD,Assam Admit Card 2020 : Assam Public Service Commission
অসম পঞ্চায়ত বিভাগৰ ৩৪৪ টা চাকৰিৰ এডমিট কাৰ্ড এনেকৈ কৰক ডাউনলোড | PNRD, Assam Admit Card 2020


আবেদন কৰা প্ৰাৰ্থী সকলে লিখিত পৰীক্ষাৰ তাৰিখ, সময় ইত্যাদি অসম লোক সেৱা আয়োগৰ ৱেবছাইট www.apsc.nic.in ত 14 ডিচেম্বৰ 2020 তাৰিখৰ পৰা জানিব পাৰিব ।

PNRD Assam Admit Card 2020 ৰ সবিশেষ


পদৰ নাম: জুনিয়ৰ ইঞ্জিনীয়াৰ/Junior Engineer

খালী থকা পদৰ সংখ্যা: 344 টা

কৰ্তৃপক্ষ: Panchayat & Rural Development (PNRD) Assam

পৰীক্ষা আয়োজক: Assam Public Service Commission

লিখিত পৰীক্ষা: OMR Based Screening Test

পৰীক্ষাৰ তাৰিখ: 27 ডিচেম্বৰ 2020

এডমিট কাৰ্ড উপলব্ধৰ তাৰিখ: 19 ডিচেম্বৰ 2020

পৰীক্ষা কেন্দ্ৰৰ নাম: নিজৰ নিজৰ এডমিট কাৰ্ডত উল্লেখ থাকিব ।

How to download PNRD Assam Admit Card 2020 | এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব:


Step-1: Scroll down, check Important Web-Link‘s section.

Step-2: Click on PNRD Assam Admit 2020.

Step-3: A page will be displayed, enter your details and click on ‘Go/ submit‘ button.

Step-4: Your PNRD Assam Admit Card 2020 will be displayed, take a print out.

PNRD Assam Admit 2020 ৰ প্ৰয়োজনীয় ৱেব লিংক সমূহ:


এডমিট কাৰ্ড ডাউনলোড: ইয়াত ক্লিক কৰক
নিৰ্বাচিত হোৱা প্ৰাৰ্থী সকলৰ তালিকা: ক্লিক কৰক
পৰীক্ষাৰ জননীখনৰ বাবে: ইয়াত ক্লিক কৰক

ইংৰাজীত পঢ়িবলৈ – ক্লিক কৰক ।

[বি:দ্ৰ: অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]

ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । ৱাটচএপত চাকৰি খবৰ পাবলৈ – ইয়াত ক্লিক কৰক ।

 এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব । ধন্য়বাদ ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More