অসম চৰকাৰৰ পিয়ন, জাৰিকাৰক, চকীদাৰ চাকৰি মুকলি | অৰ্হতা মাত্ৰ 8th পাছ | DC Lakhimpur Recruitment

WhatsApp Group Join Now
Telegram Group Join Now
অসম চৰকাৰৰ পিয়ন, জাৰিকাৰক, চকীদাৰ চাকৰি মুকলি | অৰ্হতা মাত্ৰ 8th পাছ | DC Lakhimpur Recruitment- DC Lakhimpur ৰ অধীনত নতুনকৈ মুকলি হৈছে কেইবাটাও Grade-IV ৰ চাকৰি । ইচ্ছুক যোগ্যতা সম্পৰ্ণ নাগৰিকে এই পদৰ বাবে আবেদন কৰিব পাৰিব । এই পোষ্টটোত আমি DC Lakhimpur অসমৰ অধীনত কিমান পদ মুকলি হৈছে, কেনেকৈ আবেদন কৰিব পাৰিব সবিশেষ জনাই দিবলৈ চেষ্টা কৰিছোঁ ।

DC Lakhimpur Recruitment 2020

DC Lakhimpur Recruitment 2020 ৰ সবিশেষ – 

নিয়োগ কৰ্তৃপক্ষ – Deputy Commissioner Lakhimpur

চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি

আবেদন কৰাৰ প্ৰক্ৰিয়া – আনলাইন

আবেদনৰ অন্তিম তাৰিখ – 07/12/2020

DC Lakhimpur Recruitment ৰ পদৰ নাম  খালী পদৰ সংখ্যা আৰু দৰমহাৰ সবিশেষ


১) জাৰিকাৰক

খালী পদৰ সংখ্যা –

খালী পদৰ সংখ্যা – ০৩ টা ।

পদৰ সংৰক্ষণ –

 UR: 02, OBC/ MOBC: 1

দৰমহা – PB-I ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা লগতে গ্ৰেড পে ৪,৪০০ টকা ।

২) পিয়ন

খালী পদৰ সংখ্যা –

খালী পদৰ সংখ্যা – ০৪ টা ।

পদৰ সংৰক্ষণ –

 OBC/ MOBC: 2 , STH-2

দৰমহা – PB-I ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা লগতে গ্ৰেড পে ৩,৯০০ টকা ।

৩) চকীদাৰ

খালী পদৰ সংখ্যা –

খালী পদৰ সংখ্যা – ০৬ টা ।

পদৰ সংৰক্ষণ –

 UR:3,OBC/ MOBC: 2 , STP-1

দৰমহা – PB-I ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা লগতে গ্ৰেড পে ৩,৯০০ টকা ।

৪) ৰোম বিয়াৰৰ

খালী পদৰ সংখ্যা –

খালী পদৰ সংখ্যা – ০১ টা ।

পদৰ সংৰক্ষণ –

 UR:1

দৰমহা – PB-I ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা লগতে গ্ৰেড পে ৩,৯০০ টকা ।

DC Lakhimpur Recruitment Grade-IV পদৰ বাবে প্ৰয়োজনীয় অৰ্হতাসমূহ-


শিক্ষাগত অৰ্হতা –


৮ মান পাছ অৰ্থাৎ Class VIII পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব । 

বয়স –

১৮ বছৰৰ পৰা ৪০ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব । এই বয়স ০১/০১/২০২০ লৈকে ধৰা হ’ব ।

বিশেষ শ্ৰেণী প্ৰাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চসীমা ৰেহাই দিয়া হৈছে –

অবিচি/এমঅবিচিৰ বাবে ৩ বছৰ । আৰু জনজাতিৰ বাবে ৫ বছৰ ।


আবেদনৰ মাচুল –


কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ।

নিৰ্বাচন প্ৰক্ৰিয়া – 


Objective Type লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ।
এই পৰীক্ষা ১০০ নম্বৰৰ ২ ঘন্টিয়া হ’ব । সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব ।

লিখিত পৰীক্ষাত আহিব লগীয়া বিষয় –


১) সাধাৰণ জ্ঞান – ৫০ নম্বৰ
২) সাধাৰণ ইংৰাজী – ২৫ নম্বৰ
৩) অসমীয়া ভাষা কৌশল (Language skill in Assamese) – ২৫ নম্বৰ

লিখিত পৰীক্ষাৰ কেন্দ্ৰ সমূহ নিজৰ নিজৰ এডমিট কাৰ্ডত উল্লেখ থাকিব । প্ৰাৰ্থী সকলে এই এডমিট কাৰ্ড https://niyukti.assam.gov.in/dclakhimpur, https://lakhimpur.nic.in পৰা ডাউনলোড কৰিব পাৰিব ।

আবেদন কেনেকৈ কৰিব | How to Apply For DC Lakhimpur Recruitment Grade-IV Job


আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব । বিভাগৰ অফিচিয়েল ৱেবছাইট https://nijukti.assam.gov.in/dclakhimpur ত গৈ আবেদন কৰিব পাৰিব ।

আবেদন কৰাৰ সময়ত দিব লগা নথিসমূহ –


তলত উল্লেখ কৰা নথিসমূহ  Self Certified কৰি দিব লাগিব ।

১) শেহতীয়াকৈ উঠা পাছপোৰ্ট চাইজৰ ফটো ।
২) শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট ।
৩) Caste চাৰ্টিফিকেট ।
৪) বৈধ Employment Exchange ৰেজিষ্ট্ৰেচন কাৰ্ড
৫) জন্মৰ প্ৰমাণ পত্ৰ ।


প্ৰয়োজনীয় তাৰিখ আৰু ৱেব লিংকসমূহ –


অনলাইন আবেদনৰ আৰম্ভণি তাৰিখ – ১৬ নৱেম্বৰ, ২০২০

অনলাইন আবেদনৰ অন্তিম তাৰিখ – ০৭ ডিচেম্বৰ, ২০২০

অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ – ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈ – ক্লিক কৰক

[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]

ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More