অসম চৰকাৰৰ নতুন চাকৰি | পিয়ন, চকীদাৰ আৰু প্ৰচেছ চাৰ্ভাৰ | Deputy Commissioner Biswanath Recruitment 2020

WhatsApp Group Join Now
Telegram Group Join Now

Deputy Commissioner Biswanath  Recruitment 2020 – বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ত মুকলি হৈছে বহুকেইটা  চতুৰ্থ বৰ্গৰ (Grade-IV) পদ । এই পদৰ বাবে যোগ্যতা সম্পর্ণ নাগৰিকৰ পৰা আবেদন বিচৰা হৈছে । মুঠ 05 টা পিয়ন, চকীদাৰ আৰু প্ৰচেছ চাৰ্ভাৰ চতুর্থ বৰ্গৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব । কেনেকৈ আবেদন কৰিব আৰু কি কি অৰ্হতাৰ প্ৰয়োজন হ’ব এই লিখনিটোতে আপোনাক জনাই দিবলৈ চেষ্টা কৰা হৈছে । 

অসম চৰকাৰৰ নতুন চাকৰি | পিয়ন, চকীদাৰ আৰু প্ৰচেছ চাৰ্ভাৰ | Deputy Commissioner Biswanath  Recruitment 2020


বিশ্বনাথ উপায়ুক্ত কাৰ্য্যালয়ৰ গ্ৰেড-IV পদৰ সবিশেষ | Deputy Commissioner Biswanath Recruitment 2020 – Details


পদৰ নাম – প্ৰচেছ চাৰ্ভাৰ, পিয়ন, চকীদাৰ (গ্ৰেড-IV)

খালী পদৰ সংখ্যা – 05  টা

নিয়োগ কৰ্তৃপক্ষ – Office of the Deputy Commissioner Biswanath 

চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি গ্ৰেড -IV 

আবেদন প্ৰক্ৰিয়া –  অফলাইন 

আবেদনৰ  অন্তিম তাৰিখ – 30.11.2020 সময় আবেলি 5 বজালৈ । 


খালী পদৰ সবিশেষ – Deputy Commissioner, Biswanath Recruitment 2020 – Details


1. পদৰ নাম – প্ৰচেছ চাৰ্ভাৰ 

খালী পদৰ সংখ্যা – 02

দৰমহা – PB-2 12,000 /- টকাৰ পৰা 52,000 টকা লগতে 4400 টকা গ্ৰেড পে । 

শিক্ষাগত অৰ্হতা –  অষ্টম শ্ৰেণী পাছ / Class VIII Passed


2. পদৰ নাম – পিয়ন ( গ্ৰেড-IV)

খালী পদৰ সংখ্যা – 02

দৰমহা – PB-2 12,000 /- টকাৰ পৰা 52,000 টকা লগতে 3900 টকা গ্ৰেড পে । 

শিক্ষাগত অৰ্হতা –  অষ্টম শ্ৰেণী পাছ / Class VIII Passed 


3. পদৰ নাম – চকীদাৰ  ( গ্ৰেড-IV)

খালী পদৰ সংখ্যা – 01

দৰমহা – PB-2 12,000 /- টকাৰ পৰা 52,000 টকা লগতে 3900 টকা গ্ৰেড পে । 

শিক্ষাগত অৰ্হতা –  অষ্টম শ্ৰেণী পাছ / Class VIII Passed 


বয়স –

18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত আবেদন কৰিব পাৰিব । 

চৰকাৰী নিয়ম অনুসৰি বিশেষ শ্ৰেণীৰ প্ৰাৰ্থী সকলৰ বাবে বয়সৰ উচ্চ সীমাৰ ৰেহাইৰ ব্যবস্থা কৰা হৈছে –

OBC /MOBC – 3 বছৰ ।

SC / ST – 5 বছৰ ।


নিৰ্বাচন প্ৰক্ৰিয়া / Selection Process – লিখিত পৰীক্ষা অনুষ্ঠিত হব । সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়া হব ।


এই গ্ৰেড-IV পদৰ বাবে কেনেকৈ আবেদন কৰিব/ How to Apply Deputy Commissioner Biswanath Recruitment 2020


প্ৰাৰ্থী সকলে অফলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব ।  প্ৰাৰ্থীসকলে পষ্ট অফিচ নাইবা নিজৰ হাতেৰেও আবেদন জমা দিব পাৰিব । Envelope ৰ ওপৰত  The  post Applied for লিখি আবেদন কৰিব বিচৰা পদটোৰ নাম লিখিব লাগিব ।আৰু ” The Deputy Commissioner, Biswanath District, P.O. Chariali, Assam ,PIN-784176″ এই ঠিকনাত পঠাব লাগিব । নাইবা বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ৰ ৰুম নং 44 (A) 5(A) ত নিজে গৈ নিজৰ আবেদন জমা দিব পাৰিব ।


জমা দিব লগীয়া প্ৰয়োজনীয় নথি সমূহ –


প্ৰাৰ্থী সকলে শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট, বয়সৰ প্ৰমাণ পত্ৰ, কাষ্ট চাৰ্টিফিকেট , Employment Exchange ৰ ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেটৰ জেৰক্স কঁপি Self attested কৰি আবেদনৰ লগত জমা দিব লাগিব। 

প্ৰয়োজনীয় তাৰিখ আৰু ৱেব লিংক সমূহ – Important Date And Weblinks For Deputy Commissioner Biswanath  Recruitment 2020


আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ – 30/11/2020


অফিচৰ বিজ্ঞাপনটো পাবকৈ – ক্লিক কৰক


আবেদন কৰিবলৈ ফাৰ্ম – ক্লিক কৰক ।


[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More