অসম গৃহৰক্ষী বাহিনীত ৬৬০ টা পদ মুকলি । Assam Home Gaurd Recruitment 2020

WhatsApp Group Join Now
Telegram Group Join Now

Assam Home Gaurd  Recruitment 2020 –   অসম গৃহৰক্ষী বাহিনীত মুকলি হৈছে ৬৬০ টা পদ । এই পদ সমূহ অচিৰেই পূৰণ কৰাৰ অৰ্থে এক চৰকাৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে । তলত চৰকাৰী জাননী খনৰ সবিশেষ উল্লেখ কৰা হৈছে ।

Assam Home Gaurd  Recruitment 2020

আবেদনৰ অন্তিম তাৰিখ – ২১/১১/২০২০


“ইয়াৰ দ্বাৰা জনোৱা হৈছে যে নিম্ন উল্লেখিত জিলা সমূহত নতুন গৃহৰক্ষী জোৱান মকৰল আৰু গৃহৰক্ষীৰ বুনিয়াদী প্ৰশিক্ষণ দিয়া হব। উক্ত জিলা সমূহৰ ইচ্ছুক  প্ৰাৰ্থীসকলক  নিম্ন উল্লেখিত জিলাসমূহৰ গৃহৰক্ষী বাহিনীৰ জিলা অধিনায়কৰ  কাৰ্যালয়ৰ পৰা আবেদন প্ৰ-পত্ৰ সংগ্ৰহ কৰি  অহা ইং ২১/১১/২০২০ তাৰিখৰ ভিতৰত লাগতিয়াল নথি- পত্ৰসহ জমা দিবলৈ জনোৱা হল।”


পদ খালী থকা জিলা সমূহ –


১। জিলা – মাজুলী ।

 পদৰ সংখ্যা – ১১০  ।

আবেদনৰ বাবে যোগাযোগৰ ঠিকনা-জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়,যোৰহাট।


2। জিলা- চৰাইদেউ ।

পদৰ সংখ্যা -১১০ ।

আবেদনৰ বাবে যোগাযোগৰ ঠিকনা -জিলা গৃহৰক্ষী অধিনায়ক কাৰ্যালয়, যোৰহাট ।


৩। জিলা –  হোজাই  ।

পদৰ সংখ্যা – ১১০ ।

আবেদনৰ বাবে যোগগযোগৰ ঠিকনা -জিলা গৃহৰক্ষী অধিনায়ক কাৰ্যালয় ,নগাঁও ।


৪। জিলা – চিৰাং। 

পদৰ সংখ্যা। – ১১০ ।

আবেদনৰ বাবে যোগাযোগৰ ঠিকনা-জিলা গৃহৰক্ষী অধিনায়ক কাৰ্যালয় ,গোৱালপাৰা ।


৫। জিলা -দক্ষিণশালমাৰ। 

পদৰ সংখ্যা ১১০ ।

আবেদনৰ বাবে যোগাযোগৰ ঠিকনা -জিলা গৃহৰক্ষী অধিনায়ক কাৰ্যালয়,ধুবুৰী ।


৬। জিলা- পশ্চিম কাৰ্বি আংলং

পদৰ সংখ্যা – ১১০ ।

আবেদনৰ বাবে যোগাযোগৰ ঠিকনা -জিলা গৃহৰক্ষী অধিনায়কৰ কাৰ্যালয়,  কাৰ্বি আংলং ।


চৰকাৰী জাননী খন পঢ়িবলৈ – ইয়াত  ক্লিক কৰক

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More