পৰিবহণ বিভাগত MVI পদ মুকলি Transport Department Assam Recruitment 2020- Transport Department অসমৰ অধীনত নতুনকৈ মুকলি হৈছে কেইবাটাও “মটৰ ভেহিকল ইন্সপেক্টৰ” (Motor Vehicle Inspector/MVI) চাকৰি। ইচ্ছুক যোগ্যতা সম্পৰ্ণ ভাৰতীয় নাগৰিকে এই পদৰ বাবে আবেদন কৰিব পাৰিব । এই পোষ্টটোত আমি Transport Department, Assam অসমৰ অধীনত কিমান পদ মুকলি হৈছে, কেনেকৈ আবেদন কৰিব পাৰিব সবিশেষ জনাই দিবলৈ চেষ্টা কৰিছোঁ ।
Transport Department Assam Recruitment 2020 ৰ সবিশেষ
খালী পদৰ নাম –
“মটৰ ভেহিকল ইন্সপেক্টৰ” (Motor Vehicle Inspector/MVI) ।
খালী পদৰ সংখ্যা –
খালী পদৰ সংখ্যা ২৬ টা ।
পদৰ সংৰক্ষণ –
UR: 11, OBC/ MOBC: 5, SC: 2, STP: 4, STH: 1, EWS: 3
নিয়োগ কৰ্তৃপক্ষ – Transport Department, Assam
চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি
আবেদন প্ৰক্ৰিয়া – অনলাইন
আবেদনৰ অন্তিম তাৰিখ – ২৪ নৱেম্বৰ, ২০২০ ।
আবেদন কৰক – North-East Post Office Recruitment 2020: Apply For 948 Gramin Dak Sevak (GDS) Posts
দৰমহা –
Motor Vehicle Inspector/MVI পদৰ বাবে মহিলী দৰমহা 22,000 টকাৰ পৰা 97,000 টকালৈ । লগতে 9400 টকা গ্ৰেড পে ।
বয়স –
২১ বছৰৰ পৰা ৩৮ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব । এই বয়স ০১/০১/২০২০ লৈকে ধৰা হ’ব ।
বিশেষ শ্ৰেণী প্ৰাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চসীমা ৰেহাই দিয়া হৈছে –
অবিচি/এমঅবিচিৰ বাবে ৩ বছৰ অৰ্থাৎ ৪১ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব । আৰু জনজাতিৰ বাবে ৫ বছৰ অৰ্থাৎ ৪৩ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব ।
শিক্ষাগত অৰ্হতা –
১২ মান অৰ্থাৎ H.S.S.L.C পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব । লগতে Automobile or Mechanical Engineering ত ডিপ্লমা থাকিব লাগিব ।
বিশেষ যোগ্যতা –
১) প্ৰাৰ্থী সকল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব ।
২) প্ৰমাণ হিচাপে PRC চাৰ্টিফিকেট এপ্লিকেচন ফৰ্মৰ লগত জমা দিব লাগিব ।
৩) এপ্লিকেচন ফৰ্মৰ লগত Employment Exchange ৰ ভেলিড চাৰ্টিফিকেট জমা দিব লাগিব ।
আবেদনৰ মাচুল –
সাধাৰণ শ্ৰেণী আৰু EWS প্ৰাৰ্থীৰ বাবে আবেদনৰ মাচুল ২৮৫.৪০/- টকা ধার্য্য কৰা হৈছে ।
অবিচি/এমঅবিচি আৰু জনজাতীয় প্ৰাৰ্থীৰ বাবে আবেদনৰ মাচুল ১৮৫.৪০/- টকা ধার্য্য কৰা হৈছে ।
দৰিদ্ৰ সীমাৰেখাৰ তলৰ BPL প্ৰাৰ্থীৰ বাবে ৩৫.৪০ টকা ধার্য্য কৰা হৈছে ।
এই আবেদনৰ মাচুল অনলাইন প্ৰক্ৰিয়াৰে জমা দিব লাগিব ।
আবেদন কৰাৰ প্ৰক্ৰিয়া How to Apply Transport Department Assam Recruitment 2020–
আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে APSC ৰ অফিচিয়েল ৱেবছাইট https://apscrecruitment.in ত গৈ আবেদন কৰিব পাৰিব ।
তলত উল্লেখ কৰা প্ৰক্ৰিয়া কেইটা ফল’ কৰক –
১) গোগুলত টাইপ কৰক https://apscrecruitment.in
২) Registration Linkt ত ক্লিক কৰি Registration সম্পূৰ্ণ কৰক ।
৩) এতিয়া Log in লিংকত ক্লিক কৰি আপোনাৰ Application খন সম্পূৰ্ণ কৰক ।
৪) এতিয়া আবেদনৰ মাচুল আদায় দি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক ।
প্ৰয়োজনীয় তাৰিখ আৰু ৱেব লিংকসমূহ –
অনলাইন আবেদনৰ আৰম্ভণি – ২৪ অক্টোবৰ,২০২০
অনলাইন আবেদনৰ অন্তিম তাৰিখ – ২৪ নৱেম্বৰ, ২০২০
অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ – ক্লিক কৰক ।
অনলাইন আবেদন কৰিবলৈ – ক্লিক কৰক ।
[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]
ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।