জল সম্পদ বিভাগত চাকৰি:Water Resources Department, Assam Recruitment 2020: Water Resources Department,Assam অৰ্থাৎ জল সম্পদ বিভাগ, অসম ৰ অধীনত নতুনকৈ মুকলি হৈছে ৮৭ টা জুনিয়ৰ চিভিল ইঞ্জিনীয়াৰ পদ । এই খালী হোৱা পদ কেইটাৰ বাবে আবেদনৰ জাননী প্ৰকাশ কৰিছে ।
![]() |
জল সম্পদ বিভাগত চাকৰি:Water Resources Department, Assam Recruitment 2020 |
ইচ্ছুক আৰু যোগ্যতা থকা প্ৰাৰ্থী সকলে Water Resources Department, Assam Recruitment 2020 ৰ বাবে আবেদন কৰিব পাৰে।
এই Water Resources Department, Assam Recruitment 2020 বাবে কেনেকৈ আবেদন কৰিব পাৰিব আৰু কি কি যোগ্যতাৰ প্ৰয়োজন হব তাৰ বিষয়ে আলোচনা কৰিম । তেতিয়া হলে আহক আমি আৰম্ভ কৰো ।
Water Resources Department,Assam Recruitment 2020 ৰ সবিশেষ
পদৰ নাম: জুনিয়ৰ ইঞ্জিনীয়াৰ চিভিল (Junior Engineer, Civil)
খালী পদৰ সংখ্যা: 87 [UR: 47, OBC/ MOBC: 21, STP: 7, STH: 7, EWS: 5]
নিয়োগ কৰ্তৃপক্ষ: Water Resources Department,Assam
চাকৰিৰ প্ৰকাৰ: Assam Government jobs 2020
আবেদনৰ অন্তিম তাৰিখ: ১৮/০১/২০২১
প্ৰয়োজনীয় যোগ্যতা – Water Resources Department, Assam Recruitment 2020
প্ৰাৰ্থী সকল অসমৰ স্থায়ী বাসিন্দা হব লাগিব ।
শিক্ষাগত অৰ্হতা:
3(three) years Diploma Course in Civil Engineering from an Institute recognized by the Govt.
বয়স:
১৮ বছৰৰ পৰা ৩৮ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব এই বয়স ০১/০১/২০২০ লৈ ধৰা হব ।
বয়সৰ উচ্চসীমা ৰেহাই:
(i) By 5 years for SC/ST candidates, i.e. upto 43 years.
(ii) By 3 years for OBC/MOBC candidates i.e. upto 41 years.
(iii) For Persons with Disability (PWD) by 10 years irrespective of SC/ST/OBC and General Category of candidate.
Water Resources Department,Assam Recruitment 2020 ৰ বাবে আবেদন মাচুল
1. General/EWS: 285.40
2. SC/ST/OBC/MOBC: 185.40
3. BPL: 35.40
4. PWBD: 35.40
কেনেকৈ আবেদন কৰিব | How to apply Water Resources Department,Assam Recruitment 2020
প্ৰাৰ্থী সকলে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব । https://apscrecruitment.in এই ৱেবচাইটৰ জৰিয়তে নিজৰ আবেদন কৰিব লাগিব । 17/12/2020 তাৰিখৰ পৰা 18/01/2021 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব ।
প্ৰয়োজনীয় ৱেব লিংক সমূহ | Important Web-Links of Water Resources Department,Assam Recruitment 2020
অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ: ইয়াত ক্লিক কৰক।
অনলাইনত আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক।
ইংৰাজীত পঢ়িবলৈ – ক্লিক কৰক ।
[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]
ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।