OBC Scholarship Scheme অসম ২০২২ | এনেকৈ আবেদন কৰক সহজতে [Class I to X]

Facebook (Join Now) Join Now
Telegram Group (Join Now) Join Now

OBC Scholarship Schemeঅ বি চি স্কুলাৰ্ছিপ অসম ২০২২- অসম চৰকাৰে শেহতীয়াকৈ Assam OBC Scholarship Scheme ৰ official notification প্ৰকাশ কৰিছে।

সাধাৰণতে এই স্কুলৰশ্বিপ প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক শিক্ষাৰ্থী সকলৰ বাবে আগবঢ়াইছে। অসমত বাস কৰা অন্যান্য পিছপৰা জাতি (Other Backward Classes) চমুকৈ OBC/MOBC ৰ শিক্ষাৰ্থী সকলে লাভ কৰিব। গতিকে ইচ্ছুক আৰু যোগ্যতা থকা ব্যক্তি সকলে ২০২২-২৩ বৰ্ষৰ অ বি চি স্কুলৰশ্বিপ অসম ২০২২ ৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।

OBC Scholarship Assam 2022 1
OBC Scholarship Scheme

Assam OBC Scholarship Scheme 2022 ৰ বিষয়ে জানি লওঁক-

স্কুলৰশ্বিপ স্ক্ৰীমৰ নামপ্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক (Class I to X)
স্কুলৰশ্বিপ প্ৰদানকৰ্তাভাৰত চৰকাৰ

যোগ্যতা শ্ৰেণী সমূহ:

পোষ্ট মেট্ৰিকমেট্ৰিকৰ পৰা ওপৰৰ শ্ৰেণী সমূহ
অফিচৰ ৱেবচাইটwww.scholarshios.gov.in

OBC Scholarship Assam 2020  ৰ মূল্য কিমান হব?

প্ৰি মেট্ৰিক স্কুলৰশ্বিপ – 

শ্ৰেণী অনুযায়ী এই পাব লগা বৃত্তিৰ মূল্য ভিন ভিন হ’ব। তেওঁলোকৰ পঢ়াশুনা কৰা শ্ৰেণী অনুযায়ী এই মূল্য 500 টকাৰ পৰা 1000 / টকা অধিক হ’ব।

পোষ্ট মেট্ৰিক স্কুলৰশ্বিপ – 

ইয়াত থাকিব মাইন্টেনেন্স ভট্টা,অন্ধ শিক্ষাৰ্থীৰ বাবে ৰিডাৰ চার্জ,বাধ্যতামূলক Non Refundable Fee, Study Tour চার্জ/প্ৰিন্টিং চার্জ/ আৰু পাঠ্যক্ৰমৰ সম্পূৰ্ণ কিতাপৰ ভট্টা অন্তৰ্ভুক্ত থাকিব।

OBC Scholarship Assam 2022 ৰ বাবে প্ৰয়োজনীয় যোগ্যতা

যিসকল শিক্ষাৰ্থীৰ অভিভাৱকৰ অৰ্থাৎ পৰিয়ালৰ বছৰি ইনকাম আয় ২.৫০ লাখ বা তাৰ তলৰ সেইসকলে এই OBC Scholarship ৰ বাবে আবেদন কৰিব পাৰিব।

OBC Scholarship Assam ৰ বাবে আবেদন কৰিবলৈ ফাৰ্ম খন কেনেকৈ লাভ কৰিব?

OBC Scholarship Assam বাবে আবেদন কৰিবলৈ প্ৰয়োজন হোৱা ফাৰ্ম খন অনলাইনৰ জৰিয়তে লাভ কৰিব। National Scholarship পৰ্টেলৰ ৱেবচাইট https://scholarship.gov.in এই ফাৰ্ম খন উপলব্ধ। আপুনি এই ৱেবছাইটটো ভিজিট কৰি তাত উপলব্ধ হোৱা ফাৰ্ম খন ফিলাপ কৰি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব।

Documents to be uploaded with Application Form (কি কি নথিৰ প্ৰয়োজন হ’ব?)

  • Bank Passbook
  • Cast Certificate (OBC)
  • Income Certificate
  • Aadhaar Card/ Bonafide Certificate

এতিয়া জানি লওঁ আহিক কেনেকৈ আমি আবেদন কৰিব পাৰিম [How To Apply OBC Scholarship Assam 2022?]

১) তললৈ স্কৰ্ল কৰি ইমপৰটেণ্ট ৱেব লিংকলৈ আহিব।

২) এতিয়া অনলাইন এপ্লিকেচনত ক্লিক কৰক।

৩) এতিয়া এখন নতুন পেজ খোল খাব।

৪) এতিয়া New Registration ত ক্লিক কৰক।

৫) আপোনাৰ বিষয়ে সবিশেষ লাগতিয়াল খিনি ভৰাই দিয়ক আৰু স্বয়ং ৰেজিষ্টাৰ কৰি লওঁক।

৬) ৰেজিষ্ট্ৰেচনৰ পাছত লাগতিয়াল আৰু প্ৰয়োজনীয় নথি সমূহ আপলোড কৰি দিয়ক।

৭) শেষত Submit বুটামটোত টিপি দিয়ক আৰু Submit কৰা ফাৰ্ম খন আপোনাক প্ৰয়োজন অনুযায়ী প্ৰিন্ট কৰি লওঁক ।

OBC Scholarship Assam 2020 ৰ বাবে প্ৰয়োজনীয় তাৰিখ সমূহ –

অনলাইন আবেদনৰ আৰম্ভণিৰ তাৰিখ১৫ চেপ্তেম্বৰ ২০২২
আবেদনৰ অন্তিম তাৰিখ১৫ ৩১ডিচেম্বৰ ২০২২
Difactive পৰীক্ষণৰ অন্তিম তাৰিখ৩১ ডিচেম্বৰ ২০২২
প্ৰতিষ্ঠান পৰ্যায়ৰ পৰীক্ষণৰ অন্তিম তাৰিখ৩১ ডিচেম্বৰ ২০২২

OBC Scholarship Assam 2022 Important Links ৰ বাবে প্ৰয়োজনীয় ৱেবলিংক সমূহ –

Online Application FormRegister | Login
OBC Scholarship NotificationPre-Matric | Post-Matric
OBC Scholarship FAQPre-Matric | Post-Matric
Official WebsiteClick Here
অসম চৰকাৰৰ চাকৰি আবেদনৰ বাবেইয়াত ক্লিক কৰক

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More