OBC Scholarship Scheme Assam – অ বি চি স্কুলাৰ্ছিপ অসম 2024- অসম চৰকাৰে শেহতীয়াকৈ Assam OBC Scholarship Scheme ৰ official notification প্ৰকাশ কৰিছে।
সাধাৰণতে এই স্কুলৰশ্বিপ প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক শিক্ষাৰ্থী সকলৰ বাবে আগবঢ়াইছে। অসমত বাস কৰা অন্যান্য পিছপৰা জাতি (Other Backward Classes) চমুকৈ OBC/MOBC ৰ শিক্ষাৰ্থী সকলে লাভ কৰিব। গতিকে ইচ্ছুক আৰু যোগ্যতা থকা ব্যক্তি সকলে 2023-2024 বৰ্ষৰ অ বি চি স্কুলৰশ্বিপ অসম 2024 ৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।
Assam OBC Scholarship Scheme 2024 ৰ বিষয়ে জানি লওঁক-
স্কুলৰশ্বিপ স্ক্ৰীমৰ নাম | প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক (Class I to X) |
স্কুলৰশ্বিপ প্ৰদানকৰ্তা | ভাৰত চৰকাৰ |
যোগ্যতা শ্ৰেণী সমূহ:
পোষ্ট মেট্ৰিক | মেট্ৰিকৰ পৰা ওপৰৰ শ্ৰেণী সমূহ |
অফিচৰ ৱেবচাইট | www.scholarships.gov.in |
OBC Scholarship Scheme Assam 2024 ৰ মূল্য কিমান হব?
প্ৰি মেট্ৰিক স্কুলৰশ্বিপ –
শ্ৰেণী অনুযায়ী এই পাব লগা বৃত্তিৰ মূল্য ভিন ভিন হ’ব। তেওঁলোকৰ পঢ়াশুনা কৰা শ্ৰেণী অনুযায়ী এই মূল্য 500 টকাৰ পৰা 1000 / টকা অধিক হ’ব।
পোষ্ট মেট্ৰিক স্কুলৰশ্বিপ –
ইয়াত থাকিব মাইন্টেনেন্স ভট্টা,অন্ধ শিক্ষাৰ্থীৰ বাবে ৰিডাৰ চার্জ,বাধ্যতামূলক Non Refundable Fee, Study Tour চার্জ/প্ৰিন্টিং চার্জ/ আৰু পাঠ্যক্ৰমৰ সম্পূৰ্ণ কিতাপৰ ভট্টা অন্তৰ্ভুক্ত থাকিব।
OBC Scholarship Assam 2024 ৰ বাবে প্ৰয়োজনীয় যোগ্যতা
Community: Only OBC Community Students are eligible to apply for the Scholarship.
Citizenship: The scholarships are open to Nationals of India only.
Family Restriction: Only two boys of the same parents/guardian will be entitled to receive scholarships. This restriction will, however, not apply to girls. Accordingly, scholarship availed by girls of same parents/guardian will not adversely affect admissibility of availing scholarship upto two boys of same parents/guardian.
Income Ceiling:
Pre-Matric (Class-IX & X) [Component-I] and Post-Matric Scholarship:
Scholarships will be granted to the OBC students whose parental/guardian’s income from all sources does not exceed Rs. 2.5 lakhs per annum. The income certificate should be obtained only from the Circle Officer of the respective Revenue Circle.
Pre-Matric (Class I-X) [Component-II] Scholarship:
No income bar for the children of those Engaged in Occupations involving Cleaning and Prone to Health Hazards.
# Children of those Engaged in Occupations involving Cleaning and Prone to Health Hazards, Eligible candidates will submit a certificate from the District Social Welfare office, identified officer of the Local body, a Civic Agency, or any such authority as designated by the State Government.
OBC Scholarship Assam ৰ বাবে আবেদন কৰিবলৈ ফাৰ্ম খন কেনেকৈ লাভ কৰিব?
OBC Scholarship Assam বাবে আবেদন কৰিবলৈ প্ৰয়োজন হোৱা ফাৰ্ম খন অনলাইনৰ জৰিয়তে লাভ কৰিব। National Scholarship পৰ্টেলৰ ৱেবচাইট https://scholarship.gov.in এই ফাৰ্ম খন উপলব্ধ। আপুনি এই ৱেবছাইটটো ভিজিট কৰি তাত উপলব্ধ হোৱা ফাৰ্ম খন ফিলাপ কৰি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব।
Documents to be uploaded with Application Form (কি কি নথিৰ প্ৰয়োজন হ’ব?)
- Bank Passbook
- Cast Certificate (OBC)
- Income Certificate
- Aadhaar Card/ Bonafide Certificate
এতিয়া জানি লওঁ আহক কেনেকৈ আমি আবেদন কৰিব পাৰিম [How To Apply OBC Scholarship Scheme Assam 2024?]
১) তললৈ স্কৰ্ল কৰি ইমপৰটেণ্ট ৱেব লিংকলৈ আহিব।
২) এতিয়া অনলাইন এপ্লিকেচনত ক্লিক কৰক।
৩) এতিয়া এখন নতুন পেজ খোল খাব।
৪) এতিয়া New Registration ত ক্লিক কৰক।
৫) আপোনাৰ বিষয়ে সবিশেষ লাগতিয়াল খিনি ভৰাই দিয়ক আৰু স্বয়ং ৰেজিষ্টাৰ কৰি লওঁক।
৬) ৰেজিষ্ট্ৰেচনৰ পাছত লাগতিয়াল আৰু প্ৰয়োজনীয় নথি সমূহ আপলোড কৰি দিয়ক।
৭) শেষত Submit বুটামটোত টিপি দিয়ক আৰু Submit কৰা ফাৰ্ম খন আপোনাক প্ৰয়োজন অনুযায়ী প্ৰিন্ট কৰি লওঁক ।
Helplines:
Phone Number: 0120-6619540
Email Address: helpdesk@nsp.gov.in
Official website: https://scholarships.gov.in
OBC Scholarship Assam 2024 ৰ বাবে প্ৰয়োজনীয় তাৰিখ সমূহ –
অনলাইন আবেদনৰ আৰম্ভণিৰ তাৰিখ | N/A |
আবেদনৰ অন্তিম তাৰিখ | 10th February 2024 |
Difactive পৰীক্ষণৰ অন্তিম তাৰিখ | 15th February 2024 |
প্ৰতিষ্ঠান পৰ্যায়ৰ পৰীক্ষণৰ অন্তিম তাৰিখ | 15th February 2024 |
OBC Scholarship Scheme Assam Important Links ৰ বাবে প্ৰয়োজনীয় ৱেবলিংক সমূহ –
Online Application Form | Register | Login |
Online Application – Renewal | Click Here |
OBC Scholarship Notification | Show Here |
OBC Scholarship FAQ | Pre-Matric | Post-Matric |
Official Website | Click Here |
অসম চৰকাৰৰ চাকৰি আবেদনৰ বাবে | ইয়াত ক্লিক কৰক |