National Means Cum-Merit Scholarship Examination 2021-22 for Class VIII

WhatsApp Group Join Now
Telegram Group Join Now

National Means Cum-Merit Scholarship Examination 2021-22 for Class VIII – ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্রণালয়ৰ (MHRD) অধীনৰ NATIONAL MEANS CUM-MERIT SCHOLARSHIP EXAMINATION, 2021-22 বাছনি পৰীক্ষাৰ বাবে আবেদন  বিচৰা হৈছে। এই বৃত্তি পৰীক্ষাত উত্তীর্ণ হােৱা পৰীক্ষাৰ্থীয়ে বছৰি ১২,০০০/- (বাৰ হাজাৰ) টকাকৈ জলপানি ধন চাৰি বছৰৰ বাবে লাভ কৰিব। এইক্ষেত্ৰত শিক্ষা মন্ত্রণালয়ে জাননী জাৰি কৰিছে।

নীতি-নির্দেশনাসমূহৰ পৰিপূৰক হ’ব লাগিব আৰু উত্তীর্ণ হােৱা শিক্ষার্থীসকলে নিজৰ নাম যাৱতীয় নথি-পত্ৰেৰে NSPৰ জৰিয়তে যথা সময়ত পঞ্জীয়নৰ লগতে আবেদন কৰিব লাগিব। 

National Means Cum-Merit Scholarship Examination 2021-22 for Class VIII


How to apply National Means Cum-Merit Scholarship Examination 2021-22 for Class VIII


পৰীক্ষাৰ আবেদন কেনেকৈ কৰিব লাগিব :

Google Play Storeত গৈ বিদ্যার্থী (Bidyarthi) app download কৰি তাৰ যােগেদি অতি সহজে আবেদন কৰিব পাৰিব। | মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট www.madhyamik.assam.gov.in দ্বাৰাও Online যােগে আবেদন কৰিব পাৰিব।


Procees of Apply:


আবেদনৰ বাবে নিয়মাবলীঃ

1. ছাত্র-ছাত্রী অষ্টম শ্রেণীত অধ্যয়ন কৰি থকা হ’ব লাগিব। >

2. ছাত্র-ছাত্রী অসম চৰকাৰৰ অধীনৰ চৰকাৰী, প্ৰাদেশীকৃত আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়ন কৰি থকা হ’ব লাগিব।

3. ব্যক্তিগত বিদ্যালয়ৰ ইচ্ছুক ছাত্র-ছাত্রীয়ে নিজৰ বুদ্ধি বিকাশৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হ’বও পাৰে। কিন্তু তেনে ছাত্র-ছাত্রীক জলপানিৰ বাবে বিবেচিত কৰা নহ’ব।


Required Documents for National Means Cum-Merit Scholarship Examination 2021-22 for Class VIII


আবেদনৰ বাবে কি প্রয়ােজনীয়ঃ

পাছপৰ্ট ফটো আৰু স্বাক্ষৰৰ Scan কপি। 

অনুসূচিত জাতি, জনজাতি, অন্যান্য পিছপৰা আৰু অন্যভাৱে সক্ষম ছাত্র-ছাত্রীসকলৰ প্রমাণপত্ৰৰ Scan কপি।


Also Read –

Assam Govt Job Recruitment 2021: New Assam Career 19408 Jobs

Forensic Science Recruitment 2021 : 7 Grade III & Grade IV Vacancy


Selection Process And Exam Pattern of National Means Cum-Merit Scholarship Examination 2021-22 for Class VIII


পৰীক্ষাৰ সবিশেষ-

  • Multiple Choice Question (MCQ) আৰু OMR ভিত্তিত সম্পাদন কৰা এই পৰীক্ষাৰ প্ৰশ্নকাকত অতি উন্নত মানদণ্ডৰ হয়। 
  • ছাত্ৰ-ছাত্ৰীসকলে বিদ্যার্থী appৰ জৰিয়তে বিগত দুই বছৰৰ প্ৰশ্নকাকত লাভ কৰিব পাৰিব। 
  • লিখিত পৰীক্ষা অহা ডিচেম্বৰজানুৱাৰী মাহত অনুষ্ঠিত হ’ব।
  • প্রশ্নকাকত কেৱল অসমীয়া আৰু ইংৰাজী মাধ্যমত উপলব্ধ হ’ব।
  • OMR Sheet ইংৰাজী মাধ্যমতে থাকিব।


আসনৰ সংখ্যা আৰু সংৰক্ষণ-


  • অসম প্রদেশৰ মুঠ আসনৰ সংখ্যা ২৪১১ 
  • ইয়াৰে ১৫% আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। 
  • ৭.৫% আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত।
  • ৪% আসন অন্যভাৱে সক্ষম ছাত্র-ছাত্রীসকলৰ বাবে সংৰক্ষিত। 


Qualifying Marks for Category Wise


প্রতিখন প্রশ্নকাকত উত্তীৰ্ণৰ বাবে প্রয়ােজনীয় নম্বৰ এনেধৰণৰ-

  • সাধাৰণ শ্রেণী— ৪০%,
  • অনুসূচিত জনজাতি— ৩২%, অনুসূচিত জাতি— ৩২%,
  • অন্যভাৱে সক্ষম— ৩২%


Application fee for National Means Cum-Merit Scholarship Examination 2021-22 for Class VIII


পৰীক্ষাৰ মাচুলঃ 

  • সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০০ টকা।
  • অনুসূচিত জাতি আৰু জনজাতি ছাত্র-ছাত্রীসকলৰ বাবে ১৮০ টকা।
  • অন্যভাৱে সক্ষম ছাত্র-ছাত্রীসকলৰ বাবে ১৭৫ টাকা।

আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ মাচুল প্ৰ-পত্ৰ পূৰণৰ সময়তে Onlineযােগে Debit/Credit Card, Net banking আদি সেৱাৰে লগে লগে পৰিশােধ কৰিব পাৰিব।


ই-এডমিট কার্ডঃ 

ই-এডমিট কার্ড ‘বিদ্যার্থী’ app আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটযােগে উপলব্ধ হ’ব।

পৰীক্ষাৰফলাফলঃ

পৰীক্ষাৰ ফলাফলসমূহ ২০২২ বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত বিদ্যার্থী’ app আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটযােগে লাভ কৰিব পাৰিব।

পৰীক্ষাৰ কেন্দ্রঃ

অসমৰ প্ৰতিখন জিলাৰ সদৰ, মহকুমা আৰু অন্যান্য স্থানত ৮১টা পৰীক্ষা কেন্দ্র ২০২১-২২ বৰ্ষৰ বাবে ধার্য কৰা হৈছে।

কার্যালয়ৰ ঠিকনা- পৰীক্ষা আৰু প্রশিক্ষণ শাখা। মাধ্যমিক শিক্ষা সঞ্চালকালয়, অসম কাহিলিপাৰা, গুৱাহাটী-৭৮১০১৯


Important Dates and Links for National Means Cum-Merit Scholarship Examination 2021-22


আবেদন প্রক্রিয়া আৰম্ভ ১ অক্টোবৰৰ পৰা উপলব্ধ হ’ব
আবেদনৰ অন্তিম তাৰিখ ৩০ অক্টোবৰ ২০২১
অফিচৰ জাননী ইয়াত ক্লিক কৰক
অফিচৰ ৱেবচাইট ইয়াত ক্লিক কৰক

2 thoughts on “National Means Cum-Merit Scholarship Examination 2021-22 for Class VIII”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More