অসম চৰকাৰৰ পিয়ন, জাৰিকাৰক, চকীদাৰ চাকৰি মুকলি | অৰ্হতা মাত্ৰ 8th পাছ | DC Lakhimpur Recruitment- DC Lakhimpur ৰ অধীনত নতুনকৈ মুকলি হৈছে কেইবাটাও Grade-IV ৰ চাকৰি । ইচ্ছুক যোগ্যতা সম্পৰ্ণ নাগৰিকে এই পদৰ বাবে আবেদন কৰিব পাৰিব । এই পোষ্টটোত আমি DC Lakhimpur অসমৰ অধীনত কিমান পদ মুকলি হৈছে, কেনেকৈ আবেদন কৰিব পাৰিব সবিশেষ জনাই দিবলৈ চেষ্টা কৰিছোঁ ।
DC Lakhimpur Recruitment 2020 ৰ সবিশেষ –
নিয়োগ কৰ্তৃপক্ষ – Deputy Commissioner Lakhimpur
চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি
আবেদন কৰাৰ প্ৰক্ৰিয়া – আনলাইন
আবেদনৰ অন্তিম তাৰিখ – 07/12/2020
DC Lakhimpur Recruitment ৰ পদৰ নাম খালী পদৰ সংখ্যা আৰু দৰমহাৰ সবিশেষ
১) জাৰিকাৰক
খালী পদৰ সংখ্যা –
খালী পদৰ সংখ্যা – ০৩ টা ।
পদৰ সংৰক্ষণ –
UR: 02, OBC/ MOBC: 1
দৰমহা – PB-I ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা লগতে গ্ৰেড পে ৪,৪০০ টকা ।
২) পিয়ন
খালী পদৰ সংখ্যা –
খালী পদৰ সংখ্যা – ০৪ টা ।
পদৰ সংৰক্ষণ –
OBC/ MOBC: 2 , STH-2
দৰমহা – PB-I ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা লগতে গ্ৰেড পে ৩,৯০০ টকা ।
৩) চকীদাৰ
খালী পদৰ সংখ্যা –
খালী পদৰ সংখ্যা – ০৬ টা ।
পদৰ সংৰক্ষণ –
UR:3,OBC/ MOBC: 2 , STP-1
দৰমহা – PB-I ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা লগতে গ্ৰেড পে ৩,৯০০ টকা ।
৪) ৰোম বিয়াৰৰ
খালী পদৰ সংখ্যা –
খালী পদৰ সংখ্যা – ০১ টা ।
পদৰ সংৰক্ষণ –
UR:1
দৰমহা – PB-I ১২,০০০ টকাৰ পৰা ৫২,০০০ টকা লগতে গ্ৰেড পে ৩,৯০০ টকা ।
DC Lakhimpur Recruitment Grade-IV পদৰ বাবে প্ৰয়োজনীয় অৰ্হতাসমূহ-
শিক্ষাগত অৰ্হতা –
৮ মান পাছ অৰ্থাৎ Class VIII পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব ।
বয়স –
১৮ বছৰৰ পৰা ৪০ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব । এই বয়স ০১/০১/২০২০ লৈকে ধৰা হ’ব ।
বিশেষ শ্ৰেণী প্ৰাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চসীমা ৰেহাই দিয়া হৈছে –
অবিচি/এমঅবিচিৰ বাবে ৩ বছৰ । আৰু জনজাতিৰ বাবে ৫ বছৰ ।
আবেদনৰ মাচুল –
কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ।
নিৰ্বাচন প্ৰক্ৰিয়া –
Objective Type লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ।
এই পৰীক্ষা ১০০ নম্বৰৰ ২ ঘন্টিয়া হ’ব । সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব ।
লিখিত পৰীক্ষাত আহিব লগীয়া বিষয় –
১) সাধাৰণ জ্ঞান – ৫০ নম্বৰ
২) সাধাৰণ ইংৰাজী – ২৫ নম্বৰ
৩) অসমীয়া ভাষা কৌশল (Language skill in Assamese) – ২৫ নম্বৰ
লিখিত পৰীক্ষাৰ কেন্দ্ৰ সমূহ নিজৰ নিজৰ এডমিট কাৰ্ডত উল্লেখ থাকিব । প্ৰাৰ্থী সকলে এই এডমিট কাৰ্ড https://niyukti.assam.gov.in/dclakhimpur, https://lakhimpur.nic.in পৰা ডাউনলোড কৰিব পাৰিব ।
আবেদন কেনেকৈ কৰিব | How to Apply For DC Lakhimpur Recruitment Grade-IV Job
আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব । বিভাগৰ অফিচিয়েল ৱেবছাইট https://nijukti.assam.gov.in/dclakhimpur ত গৈ আবেদন কৰিব পাৰিব ।
আবেদন কৰাৰ সময়ত দিব লগা নথিসমূহ –
তলত উল্লেখ কৰা নথিসমূহ Self Certified কৰি দিব লাগিব ।
১) শেহতীয়াকৈ উঠা পাছপোৰ্ট চাইজৰ ফটো ।
২) শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট ।
৩) Caste চাৰ্টিফিকেট ।
৪) বৈধ Employment Exchange ৰেজিষ্ট্ৰেচন কাৰ্ড
৫) জন্মৰ প্ৰমাণ পত্ৰ ।
প্ৰয়োজনীয় তাৰিখ আৰু ৱেব লিংকসমূহ –
অনলাইন আবেদনৰ আৰম্ভণি তাৰিখ – ১৬ নৱেম্বৰ, ২০২০
অনলাইন আবেদনৰ অন্তিম তাৰিখ – ০৭ ডিচেম্বৰ, ২০২০
অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ – ক্লিক কৰক ।
অনলাইন আবেদন কৰিবলৈ – ক্লিক কৰক ।
[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]
ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।