ধুবুৰী উপায়ুক্ত কাৰ্যালয়ত মুকলি হৈছে কনিষ্ঠ সহায়কৰ পদ | Deputy Commissioner Dhubri Junior Assistant Recruitment 2020

WhatsApp Group Join Now
Telegram Group Join Now

Deputy Commissioner Dhubri Recruitment 2020 – ধুবুৰী উপায়ুক্ত কাৰ্যালয়ত মুকলি হৈছে বহুকেইটা তৃতীয় বৰ্গৰ পদ । Deputy Commissioner Dhubri অফিচৰ পৰা এটা নিয়োগ সম্পৰ্কীয় বিজ্ঞাপন প্ৰকাশ পাইছে ।

Deputy Commissioner Dhubri Junior Assistant Recruitment 2020

এই পদৰ বাবে যোগ্যতা সম্পর্ণ নাগৰিকৰ পৰা আবেদন বিচৰা হৈছে । মুঠ 17 টা তৃতীয় বৰ্গৰ কনিষ্ঠ সহায়ক খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে Deputy Commissioner Dhubri Junior Assistant Recruitment 2020 ৰ বাবে আবেদন কৰিব পাৰিব ।

কেনেকৈ আবেদন কৰিব আৰু কি কি অৰ্হতাৰ প্ৰয়োজন হ’ব এই লিখনিটোতে আপোনাক জনাই দিবলৈ চেষ্টা কৰা হৈছে । 


ধুবুৰী উপায়ুক্ত কাৰ্য্যালয়ৰ কনিষ্ঠ সহায়ক পদৰ সবিশেষ | Deputy Commissioner Dhubri Junior Assistant Recruitment 2020 – Details


পদৰ নাম – কনিষ্ঠ সহায়ক / Junior Assistant


খালী পদৰ সংখ্যা – 17 টা


নিয়োগ কৰ্তৃপক্ষ – Office of the Deputy Commissioner Dhubri.


চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি গ্ৰেড -III


দৰমহা – PB-2 14,000 /- টকাৰ পৰা 60,500 টকা লগতে 6,200 টকা গ্ৰেড পে ।


বয়স – 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত আবেদন কৰিব পাৰিব । 


চৰকাৰী নিয়ম অনুসৰি বিশেষ শ্ৰেণীৰ প্ৰাৰ্থী সকলৰ বাবে বয়সৰ উচ্চ সীমাৰ ৰেহাইৰ ব্যবস্থা কৰা হৈছে ।


OBC /MOBC – 3 বছৰ ।

SC / ST – 5 বছৰ ।

Ex Servicemen – 2 বছৰ ।

PWD প্ৰাৰ্থী সকলৰ বাবে – 10 বছৰ ।


শিক্ষাগত অৰ্হতা – Educational Qualification For Deputy Commissioner Dhubri Junior Assistant Recruitment 2020


1)চৰকাৰী স্বীকৃত প্ৰাপ্ত শিক্ষা অনুষ্ঠানৰ পৰা বি.এ পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব ।


2)প্ৰাৰ্থী সকলৰ 6 মহীয়া কম্পিউটাৰ চাৰ্টিফিকেট/ডিপ্লমা থকাটো প্রোয়োজনীয় । MS Window, PowerPoint, Excel আৰু DTP(ইংৰাজী/অসমীয়া) ত পাৰ্গত হ’ব লাগিব।


নিৰ্বাচন প্ৰক্ৰিয়া / Selection Process – লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ উপৰিও কম্পিউটাৰৰ পাৰদৰ্শিতাৰ ওপৰত এটা পৰীক্ষা অনুষ্ঠিত হ’ব ।


কনিষ্ঠ সহায়কৰ পদৰ বাবে কেনেকৈ আবেদন কৰিব/ How to Apply Deputy Commissioner Dhubri Junior Assistant Recruitment 2020


প্ৰাৰ্থী সকলে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব । তলত উল্লেখ কৰা অফিচিয়েল ৱেবছাইট দুটাৰ মাধ্যমেৰে 02/11/2020 তাৰিখৰ পৰা আবেদন কৰিব পাৰিব ।


ৱেবচাইট –

1) http://www.dhubri.gov.in/

2) https://niyukti.assam.gov.in/dhubri



প্ৰয়োজনীয় তাৰিখ সমূহ – 


আবেদন প্ৰক্ৰিয়া আৰম্ভণিৰ তাৰিখ – 02/11/2020


আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ – 20/11/2020


অফিচৰ বিজ্ঞাপনটো পাবকৈ – ক্লিক কৰক


অনলাইন আবেদন কৰিবলৈ – ক্লিক কৰক


ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক 

[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More