অসম চৰকাৰৰ অধীনত Grade-IV পদ মুকলি | অৰ্হতা মাথোঁ 8th পাছ | Forensic Assam Recruitment 2020

WhatsApp Group Join Now
Telegram Group Join Now

অসম চৰকাৰৰ অধীনত Grade-IV পদ মুকলি | অৰ্হতা মাথোঁ 8th পাছ | Forensic Assam Recruitment-Directorate Forensic Assam   অসমৰ অধীনত নতুনকৈ মুকলি হৈছে কেইবাটাও “লেৱটৰী বিয়াৰৰ” (Laboratory Bearer Grade-IV) পদ । ইচ্ছুক যোগ্যতা সম্পৰ্ণ নাগৰিকে এই পদৰ বাবে আবেদন কৰিব পাৰিব । এই পোষ্টটোত আমি Directorate Forensic অসমৰ অধীনত কিমান পদ মুকলি হৈছে, কেনেকৈ আবেদন কৰিব পাৰিব সবিশেষ জনাই দিবলৈ চেষ্টা কৰিছোঁ ।

Directorate Of Forensic Assam Recruitment 2020


Directorate Forensic Assam ৰ সবিশেষ

খালী পদৰ নাম –

“লেৱটৰী বিয়াৰৰ” (Laboratory Bearer Grade-IV) ।

খালী পদৰ সংখ্যা –

খালী পদৰ সংখ্যা – ০৮ টা ।

পদৰ সংৰক্ষণ –

 UR: 05, OBC/ MOBC: 1, EWS: 1, STH: 1

নিয়োগ কৰ্তৃপক্ষ –  Directorate Forensic Assam

চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি

আবেদন কৰাৰ প্ৰক্ৰিয়া – অফলাইন

আবেদনৰ অন্তিম তাৰিখ – 14/12/2020

দৰমহা –

“লেৱটৰী বিয়াৰৰ” (Laboratory Bearer Grade-IV) পদৰ বাবে মহিলী দৰমহা  12,000 টকাৰ পৰা 52,000 টকালৈ । লগতে 3900 টকা গ্ৰেড পে ।

বয়স –

১৮ বছৰৰ পৰা ৪০ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব । এই বয়স ০১/০১/২০২০ লৈকে ধৰা হ’ব ।

বিশেষ শ্ৰেণী প্ৰাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চসীমা ৰেহাই দিয়া হৈছে –

অবিচি/এমঅবিচিৰ বাবে ৩ বছৰ । আৰু জনজাতিৰ বাবে ৫ বছৰ ।

শিক্ষাগত অৰ্হতা –

৮ মান পাছ অৰ্থাৎ Class VIII পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব ।


ইংৰাজীত পঢ়িবলৈ – ইয়াত ক্লিক কৰক ।


আবেদনৰ মাচুল –

কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ।

নিৰ্বাচন প্ৰক্ৰিয়া –

প্ৰথমে এটা লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব । লিখিত পৰীক্ষাত ফলাফল ভাল হোৱা পৰীক্ষাৰ্থী সকলৰ বাবে Skill Test পৰীক্ষা অনুষ্ঠিত হ’ব ।

আবেদন কেনেকৈ কৰিব How To Apply Forensic Assam Recruitment

আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে একমাত্ৰ Standard Form ৰ জৰিয়তেহে আবেদনকৰিব পাৰিব । Part -IX  ৰ Assam Gazetted ফৰ্মখনত আবেদন কৰিব লাগিব । আৰু তলৰ ঠিকনাত আবেদন প্ৰেৰণ কৰিব লাগিব ।
ঠিকনা – ”The Directorate of Forensic Science, Assam, Kahilipara, Guwahati- 781019″

আবেদন কৰাৰ সময়ত দিব লগা নথিসমূহ –

তলত উল্লেখ কৰা নথিসমূহ নিজে চহী কৰি Self Attested কৰি দিব ।

১) শেহতীয়াকৈ উঠা পাছপোৰ্ট চাইজৰ ফটো ।
২) শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট ।
৩) Caste চাৰ্টিফিকেট ।
৪) EWS প্ৰাৰ্থী সকলে EWS ৰ চাৰ্টিফিকেট ।
৫) জন্মৰ প্ৰমাণ পত্ৰ ।
৬) এটা চিঠিৰ খামত নিজৰ সম্পূৰ্ণ ঠিকনা লিখি দিব লাগিব । (চিঠি খামৰ আকাৰ 27cm×13cm approx.) আৰু ৫ টকাৰ এটা পষ্টেল ষ্টাম্প লগাই দিব লাগিব ।

প্ৰয়োজনীয় তাৰিখ আৰু ৱেব লিংকসমূহ –

অনলাইন আবেদনৰ অন্তিম তাৰিখ – ১৪ ডিচেম্বৰ, ২০২০

অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ – ক্লিক কৰক

আবেদনৰ ফাৰ্ম – ক্লিক কৰক

[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]

ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More