Deputy Commissioner Dibrugarh Recruitment 2020 – ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত মুকলি হৈছে বহুকেইটা পদ । এই পদৰ বাবে যোগ্যতা সম্পর্ণ নাগৰিকৰ পৰা আবেদন বিচৰা হৈছে । মুঠ 02 টা ছভাৱেম সহায়ক Savayem Sahayak খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব । কেনেকৈ আবেদন কৰিব আৰু কি কি অৰ্হতাৰ প্ৰয়োজন হ’ব এই লিখনিটোতে আপোনাক জনাই দিবলৈ চেষ্টা কৰা হৈছে ।
ডিব্ৰুগড় উপায়ুক্ত কাৰ্য্যালয়ৰ Savayem Sahayak পদৰ সবিশেষ | Deputy Commissioner Dibrugarh Savayem Sahayak Recruitment 2020 – Details
পদৰ নাম – ছভাৱেম সহায়ক / Savayem Sahayak
খালী পদৰ সংখ্যা – 02 টা
নিয়োগ কৰ্তৃপক্ষ – Office of the Deputy Commissioner Dibrugarh.
চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি ঠিকাভিত্তিক
সাক্ষাৎকাৰৰ তাৰিখ – 07/11/2020
সাক্ষাৎকাৰৰ স্থান – Office Of The Deputy Commissioner Dibrugarh
সাক্ষাৎকাৰৰ সময় – 10.30 AM
দৰমহা – 25,000 /- টকাৰ প্ৰতি মাহে ।
বয়স – 25 বছৰৰ পৰা 35 বছৰ বয়সৰ ভিতৰত আবেদন কৰিব পাৰিব ।
শিক্ষাগত অৰ্হতা – Educational Qualification For Deputy Commissioner Dibrugarh Savayem Sahayak Recruitment 2020
1)চৰকাৰী স্বীকৃত প্ৰাপ্ত শিক্ষা অনুষ্ঠানৰ পৰা বি.এ পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব ।
2)প্ৰাৰ্থী সকলৰ এবছৰীয়া কম্পিউটাৰ চাৰ্টিফিকেট/ডিপ্লমা থকাটো প্রোয়োজনীয় । ইংৰাজী আৰু অসমীয়া ভাষা ক’ব আৰু লিখিব পৰা হ’ব লাগিব।
নিৰ্বাচন প্ৰক্ৰিয়া / Selection Process – কেৱল সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ উপৰিও কম্পিউটাৰৰ পাৰদৰ্শিতাৰ ওপৰত এটা পৰীক্ষা অনুষ্ঠিত হ’ব ।
ছভাৱেম সহায়ক পদৰ বাবে কেনেকৈ আবেদন কৰিব/ How to Apply Deputy Commissioner Dibrugarh Savayem Sahayak Recruitment 2020
প্ৰাৰ্থী সকলে অসম গেজেটেড পাৰ্ট-IX(Assam Gazette-IX) ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিলাপ কৰি সাক্ষাৎকাৰৰ দিনা তলত উল্লেখ কৰা নথি সমূহৰ self attested প্ৰতিলিপি জমা দিব লাগিব ।
1) বয়সৰ প্ৰমাণ পত্ৰ ।
2) ঠিকনাৰ প্ৰমাণ পত্ৰ ।
3) শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ। আৰু সবিশেষ জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰি অফিচৰ বিজ্ঞাপনটো চাই লব ।
ভিন্ন চাকৰি আৰু আমোদজনক খবৰৰ বাবে আমাৰ ৱেবচাইট – www.Jobs18Assam.com ভিজিট কৰি থাকিব ।
প্ৰয়োজনীয় ৱেব লিংক সমূহ –
অফিচৰ বিজ্ঞাপনটো পাবকৈ – ক্লিক কৰক ।
আবেদন ফৰ্মখন পাবলৈ – ক্লিক কৰক ।
ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।
[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাব ।]