অসম চৰকাৰৰ অধীনত চাকৰি | Deputy Commissioner Dibrugarh Recruitment 2020

WhatsApp Group Join Now
Telegram Group Join Now

Deputy Commissioner Dibrugarh Recruitment 2020 – ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত মুকলি হৈছে বহুকেইটা পদ । এই পদৰ বাবে যোগ্যতা সম্পর্ণ নাগৰিকৰ পৰা আবেদন বিচৰা হৈছে । মুঠ 02 টা ছভাৱেম সহায়ক Savayem Sahayak খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব । কেনেকৈ আবেদন কৰিব আৰু কি কি অৰ্হতাৰ প্ৰয়োজন হ’ব এই লিখনিটোতে আপোনাক জনাই দিবলৈ চেষ্টা কৰা হৈছে ।

অসম চৰকাৰৰ অধীনত চাকৰি | Deputy Commissioner Dibrugarh Recruitment 2020



ডিব্ৰুগড় উপায়ুক্ত কাৰ্য্যালয়ৰ Savayem Sahayak পদৰ সবিশেষ | Deputy Commissioner Dibrugarh Savayem Sahayak Recruitment 2020 – Details


পদৰ নাম – ছভাৱেম সহায়ক / Savayem Sahayak

খালী পদৰ সংখ্যা – 02 টা

নিয়োগ কৰ্তৃপক্ষ – Office of the Deputy Commissioner Dibrugarh.

চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি ঠিকাভিত্তিক

সাক্ষাৎকাৰৰ তাৰিখ – 07/11/2020

সাক্ষাৎকাৰৰ স্থান – Office Of The Deputy Commissioner Dibrugarh

সাক্ষাৎকাৰৰ সময় – 10.30 AM

দৰমহা – 25,000 /- টকাৰ প্ৰতি মাহে ।

বয়স – 25 বছৰৰ পৰা 35 বছৰ বয়সৰ ভিতৰত আবেদন কৰিব পাৰিব ।


শিক্ষাগত অৰ্হতা – Educational Qualification For Deputy Commissioner Dibrugarh Savayem Sahayak Recruitment 2020


1)চৰকাৰী স্বীকৃত প্ৰাপ্ত শিক্ষা অনুষ্ঠানৰ পৰা বি.এ পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব ।

2)প্ৰাৰ্থী সকলৰ এবছৰীয়া কম্পিউটাৰ চাৰ্টিফিকেট/ডিপ্লমা থকাটো প্রোয়োজনীয় । ইংৰাজী আৰু অসমীয়া ভাষা ক’ব আৰু লিখিব পৰা হ’ব লাগিব।

নিৰ্বাচন প্ৰক্ৰিয়া / Selection Process – কেৱল সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ উপৰিও কম্পিউটাৰৰ পাৰদৰ্শিতাৰ ওপৰত এটা পৰীক্ষা অনুষ্ঠিত হ’ব ।

ছভাৱেম সহায়ক পদৰ বাবে কেনেকৈ আবেদন কৰিব/ How to Apply Deputy Commissioner Dibrugarh Savayem Sahayak Recruitment 2020

প্ৰাৰ্থী সকলে অসম গেজেটেড পাৰ্ট-IX(Assam Gazette-IX) ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিলাপ কৰি সাক্ষাৎকাৰৰ দিনা তলত উল্লেখ কৰা নথি সমূহৰ self attested প্ৰতিলিপি জমা দিব লাগিব ।

1) বয়সৰ প্ৰমাণ পত্ৰ ।


2) ঠিকনাৰ প্ৰমাণ পত্ৰ ।


3) শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ। আৰু সবিশেষ জানিবলৈ তলত দিয়া লিংকত ক্লিক কৰি অফিচৰ বিজ্ঞাপনটো চাই লব ।

ভিন্ন চাকৰি আৰু আমোদজনক খবৰৰ বাবে আমাৰ ৱেবচাইট – www.Jobs18Assam.com ভিজিট কৰি থাকিব ।


প্ৰয়োজনীয় ৱেব লিংক সমূহ –

অফিচৰ বিজ্ঞাপনটো পাবকৈ – ক্লিক কৰক

আবেদন ফৰ্মখন পাবলৈ – ক্লিক কৰক

ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।

[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাব ।]

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Disclaimer: This Blog Website is not an official website of any News, Education, Yojana Portal, or any other website of the Government. This website collects data and news from multiple official portals & other media websites. If you have any issues with our website then contact our legal team. All contact data given here is intended for educational purposes only. Read More