Assam Electricity Grid Corporation Limited (AEGCL) অধীনত নতুনকৈ বহু কেইটা পদ মুকলি হৈছে । নিবনুৱা সকলৰ বাবে অতিকৈ সু-খবৰ । কিয়নো নতুনকৈ মুকলি হোৱা এই ৩৪১ টা পদত চাকৰি পোৱাৰ সূবৰ্ণ সুযোগ হব পাৰে । এই notification টোত প্ৰকাশ পোৱাৰ অনুসৰী ৩৪১ টা Assistant Manager and Junior Manager পদত ইচ্ছুক যোগ্যতা সম্পৰ্ণ প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব । আহক আমি ইয়াৰ সবিশেষ আলোচনা কৰো ।
AEGCL Recruitment 2020 ৰ সবিশেষ
পদৰ নাম আৰু সংখ্য়া –
1. Assistant Manager
No of posts: 114
বিভাগ অনুসৰী পদৰ নাম আৰু সংখ্য়া –
Electrical: 82
Mechanical: 9
Civil: 9
Information Technology: 7
Human Resource: 7
2. Junior Manager
No of posts: 227
বিভাগ অনুসৰী পদৰ নাম আৰু সংখ্য়া –
Electrical: 190
Mechanical: 21
Civil: 10
Information Technology: 6
AEGCL Recruitment 2020 ৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা –
Assistant Manager (Electrical): Full-time B.E./B. Tech. in (Electrical Engineering/Electrical & Electronics Engineering)
Assistant Manager (Mechanical): Full-time B.E./B. Tech. in (Mechanical Engineering)
Assistant Manager (Civil): Full-time B.E./B. Tech. in (Civil Engineering)
Assistant Manager (Information Technology): Full-time B.E./B. Tech. in (Computer Science & Engineering/ Information Technology/Computer Engineering/Computer Science/Computer Technology)
Assistant Manager (Human Resource): Two (2) years full-time MBA/PGDM Degree with specialization in (Human Resource Management/Personnel Management/ Industrial Relations/Social Welfare) from any Indian University/ Institution approved by AICTE/UGC.
Junior Manager (Electrical): Full-time Diploma in (Electrical Engineering/Electrical & Electronics Engineering)
Junior Manager (Mechanical): Full-time Diploma in (Mechanical Engineering)
Junior Manager (Information Technology): Full-time Diploma in (Computer Science & Engineering/ Information Technology/Computer Engineering/Computer Science/Computer Technology)
Junior Manager (Civil): Full-time Diploma in (Civil Engineering)
বয়স –
Assistant Manager: Not less than 21 (Twenty One) years and not more than 44 (Forty Four) years as on 01.11.2020.
Junior Manager: Not less than 18 (Eighteen) years and not more than 44 (Forty Four) years as on 01.11.2020.
বয়সৰ উচ্চসীমা ৰেহাই –
OBC/MOBC প্ৰাৰ্থী সকলৰ বাবে 47 (Forty-Seven) বছৰ । years for SC/ST প্ৰাৰ্থী সকলৰ বাবে 49 (Forty-Nine) বছৰ । Departmental প্ৰাৰ্থী সকলৰ বাবে 45 (Forty-Five) বছৰ ।
আবেদন কৰক – APDCL Recruitment 2020: Apply For 376 APDCL Job Career In Assam
দৰমহা –
Assistant Manager: Pay Scale of Rs. 37,300.00 – Rs.1,12,000.00 with Grade Pay of Rs. 14,200.00
Junior Manager: Pay Scale of Rs. 25,000.00 – Rs. 92,000.00 with Grade Pay of Rs. 12,100.00
AEGCL Recruitment 2020 ৰ আবেদন মাচুল –
General/OBC/MOBC প্ৰাৰ্থী সকলৰ বাবে: Rs.800.00 (Rupees Eight Hundred) টকা
SC/ST প্ৰাৰ্থী সকলৰ বাবে: Rs.400.00 (Rupees Four Hundred) টকা
PWD প্ৰাৰ্থী সকলৰ বাবে: Application fees are exempted for PWD candidates.
Payment mode: প্ৰাৰ্থী সকল application fee ONLINE মাধ্য়মেৰে আদায় দিব লাগিব । প্ৰক্ৰিয়া কেইটা – Net Banking/Credit Card/Debit Card ইত্য়াদি ।
How to apply for AEGCL Vacancy 2020 কেনেকৈ আবেদন কৰিব –
ইচ্ছুক আৰু যোগ্য়তা থকা ব্য়ক্তি সকলে AEGCL ৰ ৱেবচাইট www.aegcl.co.in ত গৈ ONLINE মাধ্য়মেৰে আবেদন কৰিব লাগিব।
এই আবেদন 9/12/2020 তাৰিখৰ পৰা 18/12/2020 তাৰিখলৈ কৰিব পাৰিব ।
AEGCL Recruitment 2020 ৰ প্ৰয়োজনীয় তাৰিখ আৰু লিংক –
আবেদন কৰাৰ আৰম্ভণি তাৰিখ – 09/12/2020
আবেদন কৰাৰ শেষ তাৰিখ – 18/12/2020
অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ – ইয়াত ক্লিক কৰক ।
ইংৰাজীত পঢ়িবলৈ – ক্লিক কৰক ।
[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]
ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব । ৱাটচএপত চাকৰি খবৰ পাবলৈ – ইয়াত ক্লিক কৰক ।