অসম চৰকাৰৰ অধীনত Grade-IV পদ মুকলি | অৰ্হতা মাথোঁ 8th পাছ | Forensic Assam Recruitment-Directorate Forensic Assam অসমৰ অধীনত নতুনকৈ মুকলি হৈছে কেইবাটাও “লেৱটৰী বিয়াৰৰ” (Laboratory Bearer Grade-IV) পদ । ইচ্ছুক যোগ্যতা সম্পৰ্ণ নাগৰিকে এই পদৰ বাবে আবেদন কৰিব পাৰিব । এই পোষ্টটোত আমি Directorate Forensic অসমৰ অধীনত কিমান পদ মুকলি হৈছে, কেনেকৈ আবেদন কৰিব পাৰিব সবিশেষ জনাই দিবলৈ চেষ্টা কৰিছোঁ ।
Directorate Forensic Assam ৰ সবিশেষ
খালী পদৰ নাম –
“লেৱটৰী বিয়াৰৰ” (Laboratory Bearer Grade-IV) ।
খালী পদৰ সংখ্যা –
খালী পদৰ সংখ্যা – ০৮ টা ।
পদৰ সংৰক্ষণ –
UR: 05, OBC/ MOBC: 1, EWS: 1, STH: 1
নিয়োগ কৰ্তৃপক্ষ – Directorate Forensic Assam
চাকৰিৰ প্ৰকাৰ – অসম চৰকাৰী চাকৰি
আবেদন কৰাৰ প্ৰক্ৰিয়া – অফলাইন
আবেদনৰ অন্তিম তাৰিখ – 14/12/2020
দৰমহা –
“লেৱটৰী বিয়াৰৰ” (Laboratory Bearer Grade-IV) পদৰ বাবে মহিলী দৰমহা 12,000 টকাৰ পৰা 52,000 টকালৈ । লগতে 3900 টকা গ্ৰেড পে ।
বয়স –
১৮ বছৰৰ পৰা ৪০ বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব । এই বয়স ০১/০১/২০২০ লৈকে ধৰা হ’ব ।
বিশেষ শ্ৰেণী প্ৰাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চসীমা ৰেহাই দিয়া হৈছে –
অবিচি/এমঅবিচিৰ বাবে ৩ বছৰ । আৰু জনজাতিৰ বাবে ৫ বছৰ ।
শিক্ষাগত অৰ্হতা –
৮ মান পাছ অৰ্থাৎ Class VIII পাছ কৰা প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব ।
ইংৰাজীত পঢ়িবলৈ – ইয়াত ক্লিক কৰক ।
আবেদনৰ মাচুল –
কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ।
নিৰ্বাচন প্ৰক্ৰিয়া –
প্ৰথমে এটা লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব । লিখিত পৰীক্ষাত ফলাফল ভাল হোৱা পৰীক্ষাৰ্থী সকলৰ বাবে Skill Test পৰীক্ষা অনুষ্ঠিত হ’ব ।
আবেদন কেনেকৈ কৰিব How To Apply Forensic Assam Recruitment
আবেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে একমাত্ৰ Standard Form ৰ জৰিয়তেহে আবেদনকৰিব পাৰিব । Part -IX ৰ Assam Gazetted ফৰ্মখনত আবেদন কৰিব লাগিব । আৰু তলৰ ঠিকনাত আবেদন প্ৰেৰণ কৰিব লাগিব ।
ঠিকনা – ”The Directorate of Forensic Science, Assam, Kahilipara, Guwahati- 781019″
আবেদন কৰাৰ সময়ত দিব লগা নথিসমূহ –
তলত উল্লেখ কৰা নথিসমূহ নিজে চহী কৰি Self Attested কৰি দিব ।
১) শেহতীয়াকৈ উঠা পাছপোৰ্ট চাইজৰ ফটো ।
২) শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট ।
৩) Caste চাৰ্টিফিকেট ।
৪) EWS প্ৰাৰ্থী সকলে EWS ৰ চাৰ্টিফিকেট ।
৫) জন্মৰ প্ৰমাণ পত্ৰ ।
৬) এটা চিঠিৰ খামত নিজৰ সম্পূৰ্ণ ঠিকনা লিখি দিব লাগিব । (চিঠি খামৰ আকাৰ 27cm×13cm approx.) আৰু ৫ টকাৰ এটা পষ্টেল ষ্টাম্প লগাই দিব লাগিব ।
প্ৰয়োজনীয় তাৰিখ আৰু ৱেব লিংকসমূহ –
অনলাইন আবেদনৰ অন্তিম তাৰিখ – ১৪ ডিচেম্বৰ, ২০২০
অফিচৰ বিজ্ঞাপনটো পঢ়িবলৈ – ক্লিক কৰক ।
আবেদনৰ ফাৰ্ম – ক্লিক কৰক ।
[বি:দ্ৰ: আবেদন কৰাৰ আগতে অফিচৰ বিজ্ঞাপনটো এবাৰ পঢ়ি চাওক ।]
ফেচবুকত খবৰ বোৰ পাবলৈ আমাৰ ফেচবুক পেজটো লাইক কৰি লওঁক – ইয়াত ক্লিক কৰক । এই লিখনিটো যদি আপোনাৰ কামৰ যেন লাগিছে তেন্তে আন বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰিব ।